Current Topic

মগজুৰ শক্তি বিকাশত শাৰীৰিক ব্যায়াম আৰু যোগাভ্যাসৰ প্ৰভাব (নীৰৱ মন শৰ্মা)

মানুহৰ বুদ্ধি আৰু স্মৃতিশক্তি এক বিচিত্ৰ ৰাসায়নিক পৰিঘটনা৷ এই বুদ্ধি আৰু স্মৃতিশতি নিয়ন্ত্ৰণ হয় মানুহৰ মগজুৰ সহায়ত৷ মানুহৰ মগজু অসংখ্য কোমল কোমল স্নায়ুৰ দ্বাৰা গঠিত৷ এজন ১৪ কেজি ওজনৰ মানুহৰ মগজুত ১০০ বিলিয়ন স্নায়ু কোষ থাকে৷ সকলোৰে স্মৃতিশক্তি একে নহয় যদিও মানুহৰ মগজুৰ স্মৃতিশক্তি ধাৰণ ক্ষমতা প্ৰায় ২৫০০ টেৰাবাইটছ (TB)৷ য’ত ১ টেৰাবাইটছ (TB) ৃ […]

মগজুৰ শক্তি বিকাশত শাৰীৰিক ব্যায়াম আৰু যোগাভ্যাসৰ প্ৰভাব (নীৰৱ মন শৰ্মা)
FacebookFacebookfb-share-iconYouTubeInstagram