Current Topic

মন মতলীয়া কৰা গোড়াবাড়ীৰ সেই কদমৰ সুৱাস (নিৰ্মালী মহন্ত)

কদম গছৰ সুৱাসত ৰাতিৰ গোড়াবাড়ী অঞ্চল আমোল মোলাই আছিল৷ ৰুমটোৰ গতে লাগি থকা বেলকনিলৈ গৈ দেখিলোঁ, জোনৰ পোহৰত ফট্‌ফটীয়াকৈ দেখা পোৱা গৈছিল চৌপাশ৷ নিজকে ধৰি ৰাখিব নোৱাৰি তললৈ নামি আহিছিলোঁ৷ কদমৰ সুগন্ধই যেন টানি লৈ গৈছিল ক’ব নোৱাৰাকৈ৷ মসৃণকৈ কাটি ৰখা ঘাঁহনি ডৰাৰ ওপৰত শুদা ভৰিৰে খোজ পেলাই, পোহৰ পেলাই থকা জোনটিলৈ ১ লাগি চাইছিলোঁ৷ […]

মন মতলীয়া কৰা গোড়াবাড়ীৰ সেই কদমৰ সুৱাস (নিৰ্মালী মহন্ত)
FacebookFacebookfb-share-iconYouTubeInstagram