

কৰ্কট ৰোগ মানে কি?আমি সকলোৱে জানো, আমাৰ শৰীৰৰ প্ৰতিটো অংগৰ গঠন কোষৰ দ্বাৰা হয়৷ কোষৰ বিকাশ আৰু বৃদ্ধিৰ জৰিয়তে এটি শিশু ক্ৰমাৎ এজন পৰিপক্ক মানুহৰ ৰূপ লয়৷ কোষ বিভাজন দেহৰ গঠন আৰু বৃদ্ধিৰ বাবে অনিবাৰ্য৷ এনে কোষ বিভাজন এক সন্তুলিত হাৰত হোৱাৰ বাবে বিকাশৰ প্ৰতিটো স্তৰত দৰকাৰী উপাদানসমূহ উপলব্ধ হয়৷ এনে সন্তুলিত কোষ বিভাজনত কেতিয়াবা […]

