Current Topic

মে’ দিৱস (কৰবী বৰ্মন কলিতা)

বিশ্বৰ বিভিন্ন প্ৰান্তত শ্ৰমিকসকল মালিক পক্ষৰ দ্বাৰা নানাধৰণে বঞ্চিত হৈ আহিছে৷ শ্ৰমিক আন্দোলনৰ পটভূমিত পালিত হোৱা মে’ দিৱসৰ তাৎপৰ্য ইতিহাসৰ বুকুত এক গুৰুত্বপূৰ্ণ ঘটনা৷১৮৯০ চনৰ পৰা ১ মে’ৰ দিনটো প্ৰতি বছৰে ‘আন্তৰ্জাতিক শ্ৰমিক দিৱস (ইংৰাজী ঃ International Worker’ব্দ Day) বামে’ দিৱস নামেৰেও পৰিচিত৷ মে’ মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহুকেইখন দেশত এই দিৱস পালিত হয়৷ এই […]

মে’ দিৱস  (কৰবী বৰ্মন কলিতা)
FacebookFacebookfb-share-iconYouTubeInstagram