


যোগশাস্ত্ৰত ছবিধ শুদ্ধিক্ৰিয়া ( Cleaning Technique) আছে, যাক ষষ্ঠ ক্ৰিয়া বুলি কোৱা হয়৷ তাৰ ভিতৰত জলনেতি অন্যতম৷ নাসিকা (নাগ) মাৰ্গৰ শুদ্ধি ক্ৰিয়াকে ‘নেতি’ বুলি কোৱা হয়৷ নাকৰ বিন্ধাৰ পৰা ডিঙিলৈকে শ্বাসনলীক শুদ্ধ কৰাই এই প্ৰক্ৰিয়াৰ লক্ষ্য৷ পানীৰে এই ক্ৰিয়া কৰা হয় বাবে তাক ‘জলনেতি’ বুলি কোৱা হয় আৰু এই একে ক্ৰিয়াকে কাপোৰৰ সূতা বা শলা বনাই […]


