

কাব্যেষু নাটকম ৰম্যম…৷ নাটক সমাজৰ দাপোণ, য’ত প্ৰতিফলিত হয় এখন সমাজৰ সাহিত্য, সভ্যতা, সংস্কৃতি আৰু সমাজৰ এখন নিভাঁজ বাস্তৱ প্ৰতি২৬বি৷ নাটক জীৱনৰ কলাত্মক ৰূপ৷ নাটকে মানৱ জীৱনক গতিশীল কৰে, সমাজলৈ এক সুস্থ বাৰ্তা প্ৰেৰণ কৰে আৰু সমাজৰ ঐক্য, শান্তি, সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰে৷ এই নাট্যচৰ্চা আৰু কলা-সংস্কৃতিৰ আৰাধনাকে জীৱনৰ ব্ৰত হিচাপে লৈ কেইজনমান উদ্যমী আৰু […]

