Current Topic

লোকবাদ্য গগনা (কৰবী বৰ্মন কলিতা)

সংগীতময় উৎসৱ বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্ব অপৰিসীম৷ গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান সময়ত শিল্পীৰ মঞ্চৰ বিহু হৈছেগৈ৷ বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ৷ বাদ্যযন্ত্ৰৰ জৰিয়তেহে বিহুগীত আৰু বিহু নৃত্যৰ স্বকীয়তা ফুটি উঠে৷ বিহু মাৰোতে ব্যৱহাৰ কৰা বাদ্যবোৰৰ অন্যতম হ’ল- গগনা৷গগনা বিহুগীত আৰু বিহুনৃত্যৰ সতে ব্যৱহাৰ হোৱা এক হাৰ্পজাতীয় প্ৰাচীন বাদ্যযন্ত্ৰ৷ […]

লোকবাদ্য গগনা  (কৰবী বৰ্মন কলিতা)
FacebookFacebookfb-share-iconYouTubeInstagram