Current Topic

শিশু দিৱসৰ চিন্তা

১৯৫২ চনত জেনেভাত বিশ্ব শিশু দিৱসৰ সন্মিলনতে প্ৰথম শিশু দিৱসৰ আৰম্ভণি হয়৷ ১৯৫৯ চনৰ ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস হিচাবে পতা হয়৷ শিশুৰ অধিকাৰৰ বিষয়েও আলোচনা কৰা হয়৷আমাৰ ভাৰতবৰ্ষত নেহৰু খুড়াই (চাচা নেহৰু) ১৯৫৬ চনত নিজৰ জন্মদিনটো শিশু দিৱস ৰূপে পাতিবলৈ শিশু সকলক উপহাৰ দিয়ে৷ নেহৰুৱে ভাবিছিল আমাৰ শিশু সকলেই দেশৰ ধৰণী৷ তেওঁলোক শিক্ষাই-দীক্ষাই উপযুক্ত […]

শিশু দিৱসৰ চিন্তা
FacebookFacebookfb-share-iconYouTubeInstagram