Current Topic

সংগ্ৰাম, সাহসৰ প্ৰতীক বীৰ চিলাৰায় (স্বপ্না বৰঠাকুৰ)

কোঁচ ৰাজ্যৰ বিচক্ষণ ৰাজনীতিজ্ঞ বীৰ চিলাৰায়৷ প্ৰকৃত নাম শুক্লধবজ৷ পিতৃ আছিল ষোলশ শতিকাৰ মহান কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ, মাতৃ আছিল ৰাণী পদ্মাৱতী৷ ভাতৃ নৰনাৰায়ণ আছিল অবিভক্ত কোঁচ ৰাজ্য কমতাপুৰৰ তৃতীয় তথা অন্তিমজন ৰজা৷ যাৰ বিচক্ষণতা আৰু এটি সু-সংস্কৃত মনৰ বাবে ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনে উচ্চ শিখৰ চুমিবলৈ সক্ষম হৈছিল৷বুৰঞ্জীৰ সমল অনুসৰি কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহই […]

সংগ্ৰাম, সাহসৰ প্ৰতীক বীৰ চিলাৰায়  (স্বপ্না বৰঠাকুৰ)
FacebookFacebookfb-share-iconYouTubeInstagram