

Equality in the eyes of the law স্বাধীন ভাৰতৰ সংবিধানে ভাৰতীয় নাগৰিকসকলক কোনো বিভেদ নৰখাকৈ আইন সেৱাৰ অধিকাৰ ভোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৪ অনুসৰি ভাৰতৰ সাৰ্বভৌম ভূখণ্ডত বসবাস কৰা প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকসকলে প্ৰধানকৈ– (ক) যিকোনো আইন (দেৱানী আৰু ফৌজদাৰী আইন)ৰ দ্বাৰা সমানেই ৰক্ষণাবেক্ষণ বা আইনৰ দ্বাৰা প্ৰতিপালিত হ’ব৷ (খ) […]

