

কেৱল ভোটাধিকাৰ সাব্যস্তকৰণেৰে নিজ দায়িত্ব আৰু কৰ্তব্য পালনৰ সচৰাচৰ দিশৰ দোহাই দি, অধিকাৰ ভোগৰ বাবে তৎপৰ হোৱা, এই সংকীৰ্ণ অৰ্থৰ সু-নাগৰিকৰ ধাৰণাৰ পৰা আঁতৰি অহাৰ সময় সমাগত৷ ই কেৱল সচৰাচৰ কাৰ্যত নামমাত্ৰ বিষয়ক বা নাগৰিক হোৱাৰ নামমাত্ৰ দিশ৷এজন সু-নাগৰিকৰ যথাৰ্থতা কেৱল ৰাজনৈতিক চেতনাযুক্ত আচৰণ, ৰাজনীতিৰ তালিবাজি অথবা ধুৰ্ত সঞ্চাৰনশীলতা তথা অশুভ দিশৰ অংশীদাৰ নহয়৷ ক্ষমতাৰ […]

