Current Topic

সৰস্বতী পূজা আধ্যাত্মিকতা বনাম অতি আধুনিকতা (ফেশ্বন) -ঈশানী পৰাশৰ

‘‘ওঁম জয় জয় দেৱী চৰাচৰ সাৰেকুচযুগ শোভিত মুক্ত হাবে৷বীণা ৰঞ্জিত পুস্তক হস্তেভগৱতী ভাৰতী দেৱী            নমোহস্তুতে৷’’হিন্দু ধৰ্মৰ দৰ্শন মতে, জ্ঞান, বিদ্যা-বুদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী হ’ল মা সৰস্বতী৷ জ্ঞান-বিজ্ঞান, সংগীত কলাৰো আৰাধ্যা দেৱী সৰস্বতী৷ তেওঁ হ’ল মেধা, কলা, জ্ঞান-বিজ্ঞান, দৰ্শন আৰু দক্ষতাৰ প্ৰতিমূৰ্ত্তি৷ অজ্ঞান আন্ধাৰ নাশি জ্ঞানৰ পোহৰ বিলায় জগতত দেৱী সৰস্বতীয়ে৷ দেৱী qwবৰ্ণা, সদায় qw […]

সৰস্বতী পূজা আধ্যাত্মিকতা বনাম অতি আধুনিকতা (ফেশ্বন) -ঈশানী পৰাশৰ
FacebookFacebookfb-share-iconYouTubeInstagram