
১৪ জুন বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে ৰক্তদান মহান দান (ভাস্কৰ বৰপূজাৰী)
ৰক্তই হৈছে জীৱনৰ মূল চালিকা শক্তি৷ ৰক্ত হৈছে জীৱনৰ এখনি ‘জীৱন দায়িনী নৈ’৷ তেজ নোহোৱা শৰীৰ তেল নোহোৱা চাকি গছিৰ দৰেই হয়৷ অৰ্থাৎ কোন সময়ত জীৱন বন্তি নুমাই যায় ধৰিব নোৱাৰি৷ দেহত থকা উপযুক্ত পৰিমাণৰ তেজে শৰীৰটোক সুস্থ কৰি ৰাখি, তেজে আমাৰ খাদ্যনলীত জীন যোৱা আহাৰ নি যকৃৎ আৰু তাৰ পৰা শৰীৰৰ সকলো কোষতে বিলাই […]
