Current Topic

ৰেচিপি (কেৰামেলাইজদ বাদাম আৰু চুজিৰ পায়স) -ইন্দ্ৰানী গগৈ

উপকৰণৰয২ কাপ কাঠ বদামৰয৪ কাপ চুজিৰয২ লিটাৰ লিকুইড গাখীৰৰয৪ কাপ চেনীৰয২ কাপ মি{¨মেইডৰ চাহ চামুচ ইলাচি গুৰিৰয৪ কাপ কাটি লোৱা কাজু প্ৰণালী ঃকাঠ বাদাম খিনি আধা ঘণ্টামান পানীত তিয়াই থৈ বাকলি গুচাই ল’ব আৰু মিক্সিত পিহি ল’ব৷ চুজিখিনি শুকানে অলপ ভাজি ল’ব৷ এতিয়া এখন পেনত চেনীখিনি দি এক চামুচ পানী দি চেনীখিনি গলাই কেৰামেলাইজদ কৰি […]

ৰেচিপি  (কেৰামেলাইজদ বাদাম আৰু চুজিৰ পায়স)  -ইন্দ্ৰানী গগৈ
FacebookFacebookfb-share-iconYouTubeInstagram