
ব’হাগ মাথো এটি ঋতু নহয় (ৰাজলক্ষ্মী ভূঞা)
ব’হাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ! অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ!! অসমীয়া জাতীয় জীৱন বুলি ক’লে জানো আমি ব’হাগ আৰু ব’হাগ বিহুক এৰি কিবা চিন্তা কৰিব পাৰো• উত্তৰ ভাৰতীয় সকলৰ দৰে কিন্তু উত্তৰ পূব ভাৰতীয় মানুহসকল তিথি কেন্দ্ৰীক নহয়। উত্তৰ-পূৰ্বৰ সাত ভনীৰ কলা-কৃষ্টি, আচাৰ-ব্যৱহাৰ উৎসৱ-পাৰ্বণ খাদ্যাভাষ, আ-অলংকাৰ, কাপোৰ-কানি […]
