Festival

আহাৰ মাহ আৰn ষাঁঠৰ সম্পৰ্ক (অলকা মহন্ত বৰুৱা)

‘ব’হাগ মাহত গছৰ ডালত ফুলে কপৌফুল জেঠমহীয়া ৰ’দৰ তাপত শৰীৰ বিয়াকুল আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম শাওণমহীয়া বৰষুণত সাধু শুনাই কাম’ নাইবা– ‘অপৰূপ বাৰিষাৰ তৰংগ ৰাশিয়ে নাচে নৱ সৃষ্টিৰ গানে’ এই কবিতা দুফাকিত অসমৰ গ্ৰাম্য জীৱনৰ এক নিবিড় সম্পৰ্ক তথা চহা জীৱনৰ এখন সুন্দৰ ছবি ফুটি উঠিছে৷ আহাৰ মাহ মানেই অসমত খেতিৰ ভৰপক […]

আহাৰ মাহ আৰn ষাঁঠৰ সম্পৰ্ক (অলকা মহন্ত বৰুৱা)

‘ব’হাগ মাহত গছৰ ডালত ফুলে কপৌফুল জেঠমহীয়া ৰ’দৰ তাপত শৰীৰ বিয়াকুল আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম শাওণমহীয়া বৰষুণত সাধু শুনাই কাম’ নাইবা– ‘অপৰূপ বাৰিষাৰ তৰংগ ৰাশিয়ে নাচে নৱ সৃষ্টিৰ গানে’ এই কবিতা দুফাকিত অসমৰ গ্ৰাম্য জীৱনৰ এক নিবিড় সম্পৰ্ক তথা চহা জীৱনৰ এখন সুন্দৰ ছবি ফুটি উঠিছে৷ আহাৰ মাহ মানেই অসমত খেতিৰ ভৰপক উঠাৰ বতৰ৷ ধানখেতি কৰাৰ এই দিনখিনিত অসমৰ কৃষিজীৱী লোকে কাহিলি পুৱাৰে পৰা সন্ধ্যা পৰ্যন্ত ব্যস্ত থাকে পথাৰত৷ এইখিনি সময় হ’ল খেতি পথাৰ চহাই কঠীয়া ৰুবৰ বাবে পথাৰৰ মাটি সাজু কৰাৰ সময়৷

FacebookFacebookfb-share-iconYouTubeInstagram