Festival

বিহুৱে অসমীয়াক এক কৰি ৰাখিছে (বৰ্ণালী ফুকন)

পৃথিৱীৰ প্ৰতিটো জাতি জনজাতি নিজস্ব ভাষা সংস্কৃতিৰে চহকী। ঠিক তেনেকৈ ভাৰতৰ পূবে অৱস্থিত অসমখনো ভাষা সংস্কৃতিৰ দিশত চহকী দেশ। আৰু এই অসমৰে জাতীয় উৎসৱ বিহু। বিহু শব্দটো ক’ৰ পৰা আহিছে বা তাৰ অৰ্থ যিয়েই নহওক কিয় শব্দটোয়েই বৈশিষ্ট্যময়। সৰ্বসাধাৰণৰ বাবে বিহু হৈছে কৃষিৰ সৈতে জড়িত এটি উৎসৱ। ভাৰতৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত অসমৰ জাতীয় উৎসৱ […]

বিহুৱে অসমীয়াক এক কৰি ৰাখিছে (বৰ্ণালী ফুকন)
FacebookFacebookfb-share-iconYouTubeInstagram