

পৃথিৱীৰ প্ৰত্যেক সভ্য জাতিয়েই নিজৰ পূৰ্ব-পুৰুষক স্মৰণ কৰে আৰু বিভিন্ন প্ৰণালীৰে পূজা-অৰ্চনা স্মৰণৰ যোগেদি আশিস¸ লয়৷ মে-স্মৃতি তৰ্পণ, ডাম-মৃতক, মে-স্মৃতি তৰ্পণ, ফী-দেৱতা অৰ্থাৎ মৃতক আৰু ফী সকলৰ স্মৃতিত অৰ্পণ৷ তাই-আহোম সকলৰ বিশ্বাস যে কোনো লোকৰ মৃত্যুৰ পিছত যথা নিয়মেৰে সৎকাৰ আৰু সকামাদি কৰাৰ পিছত তেওঁলোকে ফী (দেৱতা)হৈ স্বৰ্গত বাস কৰে৷ স্বৰ্গত তেওঁলোকে আগতে ফী হোৱা […]

