


যোগ অভ্যাসৰ ভিতৰত যে কেৱল আসন আৰু প্ৰাণায়ামেই অন্তভুৰ্ক্ত তেনে নহয়৷ ‘মুদ্ৰা’ হ’ল যোগ অভ্যাসৰ এক গুৰুত্বপূৰ্ণ অংশ, যি আপোনাৰ মানসিক, ভাৱনাত্মক তথা শাৰীৰিক স্বাস্থ্যৰ বাবে অতি উত্তম৷ বিভিন্ন ঋষি-মুণি সকলে বিভিন্ন শাস্ত্ৰত ৩৯৯ বিধ মুদ্ৰাৰ বৰ্ণনা দি যোৱা বুলি জনা যায়৷ তাৰ ভিতৰত কিছু সংখ্যক মুদ্ৰাহে বহুলভাৱে প্ৰচলিত৷ আজি ইয়াত মুখ্য মুদ্ৰাসমূহৰ অন্যতম ‘জ্ঞান […]


