

গণেশ মুদ্ৰা (Ganesh Mudra)যোগাভ্যাসত আসন প্ৰাণায়ামৰ লগতে হস্তমুদ্ৰাৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ৷ মুদ্ৰাৰ অভ্যাসৰ দ্বাৰা আমি সুস্বাস্থ্য বৰ্তাই ৰাখিব পাৰো৷ নিয়মিত মুদ্ৰাৰ অভ্যাসে আমাৰ শৰীৰৰ বিভিন্ন ব্যাধি দূৰ কৰাৰ লগতে মানসিকভাৱেও সুস্থ-সবল কৰি তোলে৷ প্ৰাচীন কালৰ পৰাই আমাৰ ভাৰতবৰ্ষত যোগ আৰু ধ্যানৰ পৰম্পৰা চলি আহিছে৷ গণেশ মুদ্ৰাও হস্তমুদ্ৰাৰ ভিতৰত এক উল্লেখযোগ্য মুদ্ৰা, যাৰ দ্বাৰা শাৰীৰিক-মানসিক বহুতো […]

