

প্ৰায়ে কিছুমান মানুহ লগ পাওঁ যিসকলে মোক কয় যে ‘‘ডায়েটিং কৰি কৰি মোৰ গেছট্ৰিক হৈছে’’, ‘‘ ডায়েটিং কৰি ক্সাৰচাইজ কৰিলে মোৰ বহুত ভাগৰ লাগে’’, ‘‘ডায়েটিং কৰিলে আজিকালি মুৰ ঘূৰায়’’, ‘‘ডায়েটিং কৰাৰ পিছৰ পৰাই মোৰ বাঢ়িছে, লিভাৰ ভানচনত খেলিমেলি আহিছে’’, ইত্যাদি ইত্যাদি৷সঁচা কথাটো হ’ল যদি ডায়েটিং কৰি আপোনালোকে এনেকুৱা অসুবিধাৰ সন্মুখীন হৈ আছে তেন্তে আপোনালোকে সঠিক […]

