Health

মেক-আপ আৰু সাৱধানতা (মায়া দত্ত)

আপুনি বাৰু মেক-আপ কৰি নিজকে সজাই ভাল পাই নেকি? আপুনি ব্যৱহাৰ কৰা মেক-আপৰ প্ৰসাধন খিনি কিমান উন্নত মানৰ৷                             আজিৰ আধুনিক যুগত প্ৰায়ে নাৰী সকলক দেখা যায় যে মেক আপে সাধাৰণ মুখ এখন সুন্দৰ ৰূপত গঢ়ি তোলে৷ চমুকৈ ইয়াক সাজন কলা বা লাৱণ্য বৰ্দ্ধক কৌশল বুলি ক’ব পৰা যায়৷ প্ৰসাধন বহুত প্ৰকাৰৰ আছে৷ কিন্তু ব্যৱহাৰ […]

মেক-আপ আৰু সাৱধানতা (মায়া দত্ত)

আপুনি বাৰু মেকআপ কৰি নিজকে সজাই ভাল পাই নেকি? আপুনি ব্যৱহাৰ কৰা মেকআপৰ প্ৰসাধন খিনি কিমান উন্নত মানৰ৷

                           

আজিৰ আধুনিক যুগত প্ৰায়ে নাৰী সকলক দেখা যায় যে মেক আপে সাধাৰণ মুখ এখন সুন্দৰ ৰূপত গঢ়ি তোলে৷ চমুকৈ ইয়াক সাজন কলা বা লাৱণ্য বৰ্দ্ধক কৌশল বুলি পৰা যায়৷

প্ৰসাধন বহুত প্ৰকাৰৰ আছে৷ কিন্তু ব্যৱহাৰ কৰা সাসঁজুলি সমূহ কিমান উন্নত মানৰ তাক ক্ৰয় কৰোঁতে সাৱধানতা অৱলম্বন কৰা উচিত৷ ভালদৰে আপোনাৰ ছাল আৰু ছালৰ ৰং কেনেকুৱা তাৰ ওপৰত মিলাইহে ক্ৰয় কৰিব লাগে৷

প্ৰসাধাৰণ বিলাকত সাধাৰণতে কিমান দিনৰ বাবে ম্যাদ থাকে জনাতো দৰকাৰ কাৰণ যদিহে আপুনি প্ৰসাধাৰণৰ ওপৰত উল্লেখ কৰা ম্যাদৰ কথা যদি মনোযোগ নিদিয়ে তেন্তে আপুনি আপোনাৰ এখন সুন্দৰ ছাল হেৰুৱাব লগা পাৰে৷

মেকআপ কৰাৰ আগভাগত মুখখন ভালদৰে পৰিস্কাৰ কৰিহে মেকআপ কৰা উচিত৷ ঠিক তেনেদৰে মেকআপ খিনি ভালদৰে ৰিম কৰিব পাৰে৷ মুখখন পৰিস্কাৰ কৰি ধুব৷ নহলে মেকআপে সৌন্দৰ্য্য গঢ়ে ঠিক তেনেকৈ ক্ষতিও নকৰা নহয়৷ গতিকে মেকআপ কৰাৰ সময়ছোৱাত ভালদৰে মনোযোগ দিয়াটো খুবেই আৱশ্যকীয়৷

FacebookFacebookfb-share-iconYouTubeInstagram