


যোগ আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ বাবে লাভদায়ক এক মাধ্যম৷ ‘যোগ’ শব্দৰ উৎপত্তি সংস্কৃতৰ ‘য়ুজ’ ধাতুৰ পৰা হৈছে, যাৰ অৰ্থ সংযোগ কৰা- যোৰা লগোৱা৷ জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলনেই যোগ বুলি কোৱা হয়৷ যোগা মানেই যে আসন, প্ৰাণায়াম বা Meditation, তেনে নহয়৷ খোৱা-বোৱা, আচাৰ-ব্যৱহাৰ, চাল-চলন, সুস্থ মন, হিংসা-দ্বেষ ত্যাগ কৰা ইত্যাদি সকলো মিলিহে আচলতে ‘যোগ’ […]


