

আই লাভ মাই ষ্ট্ৰেচ মাৰ্কচ, বিক’জ দে’ আৰ মাই চাইল্ড’ছ ফাষ্টৰ্ ড্ৰ’য়িং৷ মই মোৰ শৰীৰৰ শিপাবোৰক ভালপাওঁ, কিয়নো এয়া মোৰ শিশুটিয়ে অঁকা প্ৰথমখন ছবি৷ কিছুদিনৰ আগৰ কথা৷ ছ’চিয়েল মিডিয়াত এটা প’ষ্ট দেখি থমকি ৰৈছিলোঁ৷ ইনষ্টাগ্ৰাম আৰু টুইটাৰত চলি থকা সেই কেম্পেইনে মোক বাৰুকৈয়ে আকৃষ্ট কৰিছিল৷ সুলেখিকা এলেক্স এল আৰু ফ’ট’গ্ৰাফাৰ এৰিকা লেইনে আৰম্ভ কৰা ক্নlove […]

