

উপকৰণ ঃআটা ডেৰ কাপনাৰিকলৰ শুকান গুৰি ডেৰ কাপ৷কাটি লোৱা দুই চাহ চামুচ কাজুইলাচিৰ গুৰি ডেৰ কাপৰ অলপ কমমি{¨ পাউডাৰ এক চাহ চামুচঘী ডেৰ কাপচেনী এক কাপ গুৰি কৰি লোৱা৷প্ৰণালী ঃ ফ্ৰাইপেন এখন গেছত বহুৱাই ল’ব৷ আৰু জুই চিমত দি থব৷ আটাখিনি দি কমেও ছয় সাত মিনিটৰ বাবে লৰাব৷ যেতিয়া আটাখিনি ভজা হৈ সুন্দৰ সুগন্ধি ওলাব […]

