Recipe

চিজ কেক (সংঘমিত্রা মহন্ত)

উপকৰণ ঃ যিকোনো বিস্কুট ১৫০ গ্ৰাম, বাটাৰ ৫০ গ্ৰাম, ক্ৰীম চিজ ৰয২ কাপ, কনডেন্সড মি{¨ ৰয২ কাপতকৈ অলপ কম, হুইপ ক্ৰীম ৰয২ কাপ, ক্ৰীম ৰয২ কাপ, কণী-ৰটা, কৰ্ণফ্ল’ৰ ১ চামুচ (সৰু চামুচেৰে), নেমুৰস ১ চামুচ (সৰু চামুচেৰে) আৰু অকণ ভেনিলা এচেন্স৷ প্ৰণালী ঃ প্ৰথমে বিস্কুট আৰু বাটাৰখিনি গুড়ি কৰি ভালদৰে মিহলাই লৈ কেকৰ টিনত দি […]

চিজ কেক (সংঘমিত্রা মহন্ত)

উপকৰণ যিকোনো বিস্কুট ১৫০ গ্ৰাম, বাটাৰ ৫০ গ্ৰাম, ক্ৰীম চিজ ৰয২ কাপ, কনডেন্সড মিৰয২ কাপতকৈ অলপ কম, হুইপ ক্ৰীম ৰয২ কাপ, ক্ৰীম ৰয২ কাপ, কণীৰটা, কৰ্ণফ্ল চামুচ (সৰু চামুচেৰে), নেমুৰস চামুচ (সৰু চামুচেৰে) আৰু অকণ ভেনিলা এচেন্স৷

প্ৰণালী প্ৰথমে বিস্কুট আৰু বাটাৰখিনি গুড়ি কৰি ভালদৰে মিহলাই লৈ কেকৰ টিনত দি এটা তৰপ বনাই ব৷ এতিয়া এইখিনি ৰয২ ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখিব লাগিব৷ আনফালে এটা ডাঙৰ পাত্ৰত ক্ৰীম চিজ, হুইপ ক্ৰীম, কনডেন্সড মি{¨, ক্ৰীম, কণী, কৰ্ণফ্ল, নেমুৰস আৰু ভেনিলা এচেন্স গোটেইখিনি একেলগে ভালদৰে মিহলাব লাগিব৷ এতিয়া এই ক্ৰীমৰ তৰপটো বিস্কুটৰ তৰপৰ ওপৰত ঢালি দিব৷ কেক টিনটো ভালদৰে ঢাকি বেকিং ট্ৰেত অলপ পানী দি তাত এই কেকৰ টিনটো দি বেক কৰিব লাগিব৷ প্ৰিহিট অভেনত ১৭০০ ছেণ্টিগ্ৰেডত প্ৰায় একঘণ্টা সময়ত এই কেক তৈয়াৰ ব৷ ঠাণ্ডা হোৱাৰ পাছত পৰিৱেশন কৰক সুস্বাদু নিউয়ৰ্ক চিজ কেক৷

FacebookFacebookfb-share-iconYouTubeInstagram