Recipe

চিৰা আৰু গুৰৰ লাড়ু

উপকৰণ ঃ চিৰা- ১ কাপ, গুৰৰ পাউদাৰ- ৰয২ কাপ,  কাজু- ১০ টা, খেজুৰ- ৮ টা, ঘী- ৩ টেবুল চামুচ, ইলাচী- ২ টা৷ প্ৰণালী ঃ প্ৰথমতে পাতল চিৰাখিনি পৰিস্কাৰ কৰি ধুই পানীখিনি গুচাই ল’ব লাগে৷ তাৰ পিছত কেৰাহী এটাত ঘী গৰম কৰি ইলাচী ২ টা দিব লাগে আৰু চিৰাখিনি ভালদৰে ভাজিব লাগে৷ তাৰ পিছত পাউদাৰ গুৰখিনি […]

উপকৰণ চিৰা কাপ, গুৰৰ পাউদাৰৰয২ কাপকাজু১০ টা, খেজুৰ টা, ঘী টেবুল চামুচ, ইলাচী টা৷

প্ৰণালী প্ৰথমতে পাতল চিৰাখিনি পৰিস্কাৰ কৰি ধুই পানীখিনি গুচাই লাগে৷ তাৰ পিছত কেৰাহী এটাত ঘী গৰম কৰি ইলাচী টা দিব লাগে আৰু চিৰাখিনি ভালদৰে ভাজিব লাগে৷ তাৰ পিছত পাউদাৰ গুৰখিনি দি আৰু ভাজিব লাগে একেলগে গুড়ি কৰা কাজু আৰু খেজুৰখিনি দিব লাগে৷ সকলোখিনি ধুনীয়াকৈ ২০ মিনিট সময় ভালদৰে ভাজি লাগে৷ হোৱাৰ পিছত চামুচ ঘী দিব লাগে৷ তাৰ পিছত লাড়ু আকাৰত পৰিৱেশন কৰিব লাগে৷