Recipe

কমলাৰ ৰসৰে নাৰিকল লাড়ু (পলী বৰুৱা দাস)

উপকৰণ ঃ নাৰিকলৰ পাউডাৰ- ১ কাপ, কমলা- ১ টা, চেনী- ৰয২ কাপ, চাউলৰ পাউদাৰ- ২ চাহচামুচ, ঘিউ- ১ চাহচামুচ৷ প্ৰণালী ঃ প্ৰথমতে কেৰাহী এটাত নাৰিকল পাউদাৰখিনি ঘিউ অলপ দি ভাজি ল’ব লাগে৷ তাৰ পিছত চেনীখিনি জি অলপ সময় কম জুইত ভাজিব লাগে৷ তাৰ পিছত কমলা ৰসখিনি দিব লাগে৷ তাৰ পিছত চাউলৰ পাউদাৰখিনি দি প্তয৬ মিনিট […]

উপকৰণ নাৰিকলৰ পাউডাৰ কাপ, কমলা টা, চেনীৰয২ কাপ, চাউলৰ পাউদাৰ চাহচামুচ, ঘিউ চাহচামুচ৷

প্ৰণালী প্ৰথমতে কেৰাহী এটাত নাৰিকল পাউদাৰখিনি ঘিউ অলপ দি ভাজি লাগে৷ তাৰ পিছত চেনীখিনি জি অলপ সময় কম জুইত ভাজিব লাগে৷ তাৰ পিছত কমলা ৰসখিনি দিব লাগে৷ তাৰ পিছত চাউলৰ পাউদাৰখিনি দি প্তয৬ মিনিট সময় ভাজি গেছ নুমাই দিব লাগে৷ পিছত হাতেৰে লাড়ু আকাৰত বনাই ডালিম গুটি দি পৰিৱেশন কৰিব লাগে৷