
ছাগলী মাংসৰ দহিবৰা

চাগু–ৰয২ কাপ, ষ্ট্ৰবেৰীৰ–১০ টা চেনী–ৰ কাপ গাখীৰ–ৰ লিটাৰ প্ৰথমতে দুঘণ্টাৰ বাবে চাগুখিনি তিয়াই কোমলাই ল’ব লাগে৷ ষ্ট্ৰবেৰীৰখিনি কম জুইত চেনী দি ভাজিব লাগিব৷ ষ্ট্ৰবেৰীখিনি গলি জেলিৰ দৰেই হৈ গ’লে গেছ বন্ধ কৰিব৷ এতিয়া এটা বহল পাত্ৰত গাখীৰখিনি পগাই আধা লিটাৰ মান হ’লেই কোমলাই থোৱা চাগুখিনি, চেনী দি লৰাই থাকিব৷ চাগুখিনি পানীৰ দৰেই হৈ গ’লে গেছ […]

