

ৰুকি লোৱা নাৰিকল ঃ ২৫০ গ্ৰামকনডেন্জড ঃ ২০০ গ্ৰামঅ’ৰগেনিক্ ফুড্ কালাৰ ঃ আধা চামুচইলাচি পাউদাৰ ঃ আধা চামুচ প্ৰণালী ঃৰ৷ প্ৰথমে নাৰিকলখিনি অলপ ভাজি ল’ব৷ যাতে নাৰিকলখিনি শুকাই যায় তাৰ পিছত এটা পাত্ৰত নাৰিকলখিনি, কনডেন্জড , অ’ৰগেনিক ফুড্ কালাৰ, ইলাচি এই সকলোখিনি ভালদৰে মিলাই ল’ব৷২৷ এতিয়া হাতত অলপমান ঘিউ সানি ল’ব লাগে আৰু […]

