Current Topic

আমেৰিকাৰ ডায়েৰী (১৪)- গীতাঞ্জলী বৰুৱা

হাতত কলম তুলি লোৱাৰ পৰা কলমটো থমকিব ধৰিলেই দেখোন মোৰ মনটোক খুন্দিৱাবলৈ ধৰে কিবা এটা যেন লিখিব পোৱা হ’লে৷ যিহে ঠাণ্ডা ঘৰৰ বাহিৰলৈ ওলাবলৈ মন নাযায়৷ জাবৰ পেলাবলৈও এসোপা গৰম কাপোৰ পিন্ধি যাব লাগে৷ গতিকে ফুৰিবলৈ যোৱাটো ভাবিবই নোৱাৰি৷ ঘৰৰ ভিতৰতে ভাবি-গুণি থাকো যদিও মনলৈ একো কথাই নাহে, তাতে এলেহুৱা বুলি নাম এটা আছিলেই, ইয়ালৈ […]

আমেৰিকাৰ ডায়েৰী (১৪)- গীতাঞ্জলী বৰুৱা
FacebookFacebookfb-share-iconYouTubeInstagram