

এছিয়া, ইউৰোপ, আফ্ৰিকাকে আদি কৰি কেইবাখনো মহাদেশৰ পৰা বিভিন্ন লোকৰ সমাহাৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত৷ ইয়াৰে এখন প্ৰায় দহ হাজাৰমান মনোমোহা হ্ৰদৰ সৈতে, আমেৰিকাৰ দ্বাদশ সৰ্ববৃহৎ এলেকাৰে ভৰা, ৩২ সংখ্যক ৰাজ্য কেইখন Minnesotal৷ এই ৰাজ্যৰ এখন ধুনীয়া চহৰ Eaganত বাস কৰিবলৈ সৌভাগ্য ঘটিল মোৰ৷ যিহেতু ইয়াত বিভিন্ন ঠাইৰ লোকে বসবাস কৰে, সেয়ে খাদ্য সামগ্ৰীৰো প্ৰয়োভৰ বহুত৷ […]

