Current Topic

আমেৰিকাৰ ডায়েৰী (৯)

আমেৰিকাৰ ডায়েৰীখন আগবঢ়ায় লৈ টাবলৈ মই চিন্তাধাৰাত ডুব যাবলৈ ধৰিলোঁ৷ এটাৰ পাছত আনটো খণ্ডত এনেকুৱা কিছুমান নতুন তথ্য আগবঢ়াবলৈ মন যায় যাতে পঢ়ুৱৈসকল উপকৃত হয়৷ দিনবাগৰাৰ লগে লগে আমেৰিকাৰ প্ৰায়বিলাক বস্তুৱেই মোক আকৃষ্ট কৰিবলৈ ধৰিলে৷ লিখিবলৈ বহুত কথাই মনটোক খুন্দিয়াই থাকে যদিও প্ৰকৃত তথ্য মোৰ হাতত নথকাৰ বাবে লিখিবলৈ সাহস নকৰোঁ৷ এই খণ্ডটি লিখিবলৈ মই […]

আমেৰিকাৰ ডায়েৰী (৯)
FacebookFacebookfb-share-iconYouTubeInstagram