Story

অকলশৰীয়া (মৃণাল বৰুৱা)

ক’লা ছাতিটোৰ সৈতে ইমানপৰে কঢ়িয়াই অনা কিতাপজাপ আৰু সঁফুৰাখন থৈ মানুহজনে এটি গভীৰ হুমুনিয়াহ কাঢ়িলে৷ ডিঙিৰ ফুলাম গামোচাখনলৈ চাই তেওঁ মনতেই বিৰবিৰাই উঠিল… ‘‘তুমি যোৱাৰ পিছত সেইখনেই মোৰ ঘৰ আছিল৷ আজিৰপৰাহে মই অকলশৰীয়া হ’লো//’’

লা ছাতিটোৰ সৈতে ইমানপৰে কঢ়িয়াই অনা কিতাপজাপ আৰু সঁফুৰাখন থৈ মানুহজনে এটি গভীৰ হুমুনিয়াহ কাঢ়িলে৷

ডিঙিৰ ফুলাম গামোচাখনলৈ চাই তেওঁ মনতেই বিৰবিৰাই উঠিল… ‘‘তুমি যোৱাৰ পিছত সেইখনেই মোৰ ঘৰ আছিল৷ আজিৰপৰাহে মই অকলশৰীয়া লো//’’

FacebookFacebookfb-share-iconYouTubeInstagram