Story

আয়ুস (পৰিস্মিতা বৰদলৈ)

কুঠাৰেৰে যিমানেই ঘপিয়াইছে কামলা মানুহটোৱে গছজোপাত, সিমানেই শৰ্যাগত ৰঘুককাৰ বুকুৰ বিষটোও বাঢ়ি আহিছে৷ নাতি ল’ৰা যাদৱক সিদিনা কৈছিল তেওঁ, “এইযে গছজোপা দেখিছ, তহঁতৰ আজোককাৰে মোৰ ওপজা দিনাই ৰোৱা বুজিছ৷ আমি একে বয়সীয়া৷” জ্বলি থকা খৰিখিনি লৈ চাই চাই যাদৱে ভাবিলে, “একে লগতে আহিলেও আৰু গ’লো একেলগতেই৷” খৰিজাপে তেতিয়ালৈ সামৰি লৈছিল ৰঘুককাকক ফট্‌ফট্‌ ফট্‌ শব্দেৰে৷

কুঠাৰেৰে যিমানেই ঘপিয়াইছে কামলা মানুহটোৱে গছজোপাত, সিমানেই শৰ্যাগত ৰঘুককাৰ বুকুৰ বিষটোও বাঢ়ি আহিছে৷ নাতি ৰা যাদৱক সিদিনা কৈছিল তেওঁ, “এইযে গছজোপা দেখিছ, তহঁতৰ আজোককাৰে মোৰ ওপজা দিনাই ৰোৱা বুজিছ৷ আমি একে বয়সীয়া৷

জ্বলি থকা খৰিখিনি লৈ চাই চাই যাদৱে ভাবিলে, “একে লগতে আহিলেও আৰু লো একেলগতেই৷খৰিজাপে তেতিয়ালৈ সামৰি লৈছিল ৰঘুককাকক ফট্ফট্ফট্শব্দেৰে৷

FacebookFacebookfb-share-iconYouTubeInstagram