Story

চুনামী (শেৱালী বৰা)

  মৃনাল বৰুৱা আৰু আকাশী বৰুৱাই আজিৰ দিনটোত জীৱনৰ সাগৰত পাৰ কৰা চুনামীবোৰৰ কথা মনত পেলাবলৈ মন নগ’ল৷ সংগ্ৰামী জীৱন এটা লৈ বহুত কষ্টৰ বিনিময়ত ছোৱালী দুজনীক লৈ সপোন দেখিছিল৷ আকাশৰ তৰা লিখা ঘৰটোত দুটাকৈ যে ভোটা তৰা আছিল তেওঁলোকে গমেই পোৱা নাছিল৷ আজি সৰ্বভাৰতীয় পৰীক্ষাৰ ফলাফল জীৱন সাগৰৰ চুনামীত আশীৰ্বাদ যেন লাগিল…৷

 

 

মৃনাল বৰুৱা আৰু আকাশী বৰুৱাই আজিৰ দিনটোত জীৱনৰ সাগৰত পাৰ কৰা চুনামীবোৰৰ কথা মনত পেলাবলৈ মন নগল৷ সংগ্ৰামী জীৱন এটা লৈ বহুত কষ্টৰ বিনিময়ত ছোৱালী দুজনীক লৈ সপোন দেখিছিল৷ আকাশৰ তৰা লিখা ঘৰটোত দুটাকৈ যে ভোটা তৰা আছিল তেওঁলোকে গমেই পোৱা নাছিল৷ আজি সৰ্বভাৰতীয় পৰীক্ষাৰ ফলাফল জীৱন সাগৰৰ চুনামীত আশীৰ্বাদ যেন লাগিল

FacebookFacebookfb-share-iconYouTubeInstagram