Story

দোমোজা (ৰীমা ৰহমান)

মানুহজনৰ নাম ভদ্ৰেশ্বৰ তামুলী৷ বয়স ৫০১ আশে-পাশে যদিও বয়সতকৈ কিন্তু দেখাত মানুহজনক ৬০ বছৰীয়া মানহে লাগে৷ ক’লা বৰণীয়া আয়তাকাৰ মুখখনত একোছা আধাপকা আধা কেঁচা মোচ৷ মোচ কোঁচা আকৌ দুয়োফালে ওলাই আহিছে৷ কিবা যেন ভাওনাৰ দৈত্যৰহে মোচ তেনে লাগে৷ দাঢ়ি বুলিবলৈ মানুহজনৰ এডালো নাই৷ পাতল চুলিখিনিত কিন্তু এটা ৰঙা ৰং ব্যৱহাৰ কৰিছে৷ মাৰুতি ৮০০ খনৰ পৰা […]

দোমোজা (ৰীমা ৰহমান)
FacebookFacebookfb-share-iconYouTubeInstagram