Story

মমতা (মূল– ত্ৰিপুৰনেলি গোপীচাঁদ, অনুবাদ– বন্দনা বৰঠাকুৰ)

লাঠিদালত ভৰ দি মামা জোগায়য়াই পুখুৰীৰ পাৰত থকা জামু গছৰ কাষ পালেহি আৰু তলতে বহি পৰিল৷ ৰ’দৰ প্ৰকোপ বৰ বেছি৷ জোগায়াই চকুৰ ওপৰত হাতখন দি নিজৰ খেতি দৰালৈ চালে৷ খেতিৰ কাষৰ বাঁহ গছবোৰ তেওঁৰ চিনাকি৷ গছবোৰ জোগায়াৰ লগতে ডাঙৰ হৈছে৷ এবাৰ হালৰ বাবে বাঁহৰ দৰকাৰ হওঁতে তাৰ পৰাই দুডাল কাটিছিল৷ আজিও সেই পিনে চকু পৰিলে […]

মমতা (মূল– ত্ৰিপুৰনেলি গোপীচাঁদ, অনুবাদ– বন্দনা বৰঠাকুৰ)
FacebookFacebookfb-share-iconYouTubeInstagram