
আইন আৰু বীজাণু (ড॰ চিত্ত ৰঞ্জন বৰুৱা)
বীজাণু নিৰ্মূল আৰু প্ৰতিৰোধৰ কৰা আইনী প্ৰক্ৰিয়া আজিৰ নহয়৷ পৌৰাণিক মধ্যযুগীয়া আৰু আধুনিক ভিন্ন আইনী ব্যৱস্থাৰে বীজাণু বা ভাইৰাচ বা সময়ে সময়ে ভূমুকি মৰা মহামাৰী অতিমাৰী বা তেনে ধৰণৰ সোঁচৰা বেমাৰৰ প্ৰতিৰোধৰ ব্যৱস্থাত ভিন্ন ভিন্ন৷ পৌৰাণিক সময়ত বা আদিম যুগত হোৱা মহামাৰী ৰোধ, নিবাৰণ প্ৰতিৰোধ আদিত সেই সময়ত, সেই সময়ৰ মানৱ সমাজে বৈজ্ঞানিক চিন্তা-চেতনা আৰু […]
