


এইবাৰ আঁহো মোৰ জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব লোৱা ঘৰখনলৈ Ballantrae Apartment ৰ সু-সজ্জিত এটি ঘৰ৷ মানুহ জীয়াই থাকিবলৈ প্ৰয়োজনীয় তিনিটা মৌলিক উপাদানেই হ’ল খাদ্য, বস্ত্ৰ আৰু বাসস্থান৷ বাসস্থানৰ পৰাই আৰম্ভ কৰোঁ৷ বাহিৰত সেউজীয়া গছ-গছনি , ফুলনিৰে ভৰা আৰু ভিতৰখন বৈদ্যুতিক সা-সঞ্জামেৰে ভৰপূৰ৷ Electric gas, stove oven , microwave, refrigerator, dish washer আদিৰে পাকঘৰটো পৰিপূৰ্ণ […]


