তাইৰ উদৰৰ মিঠা বিষটো মাৰ নৌযাওঁতেই তেওঁ হঠাতে হেৰাই গৈছিল৷ বুকুৱেদি শিলৰ নদী বোৱাই তাই অপেক্ষা কৰিছিল দিনৰ পাছত দিন, বছৰৰ পাছত বছৰ৷ তাইৰ কাৰণে নহ’লেও অন্ততঃ নিজেই আমন্ত্ৰণ কৰি অনা অতিথিগৰাকীৰ কাৰণে এদিন তেওঁ উভতনি বাট বুলিব৷ এই আশা তাইৰ বুকুতে বাজি বুকুতে হেৰাইছিল৷ এদিন শুনিছিল, তেওঁক হেনো আজিকালি বিষয়–বাসনাই স্পৰ্শ নকৰে৷ তেনেহ’লে…? তাইক কিয় বাসনাৰে বান্ধি পেলাইছিল তেওঁক?
যশোধৰা (তৰালী ঘৰফলীয়া)
তাইৰ উদৰৰ মিঠা বিষটো মাৰ নৌযাওঁতেই তেওঁ হঠাতে হেৰাই গৈছিল৷ বুকুৱেদি শিলৰ নদী বোৱাই তাই অপেক্ষা কৰিছিল দিনৰ পাছত দিন, বছৰৰ পাছত বছৰ৷ তাইৰ কাৰণে নহ’লেও অন্ততঃ নিজেই আমন্ত্ৰণ কৰি অনা অতিথিগৰাকীৰ কাৰণে এদিন তেওঁ উভতনি বাট বুলিব৷ এই আশা তাইৰ বুকুতে বাজি বুকুতে হেৰাইছিল৷ এদিন শুনিছিল, তেওঁক হেনো আজিকালি বিষয়-বাসনাই স্পৰ্শ নকৰে৷ তেনেহ’লে…? তাইক […]