
স্বৰ্গচ্যুত ছাটান (গীতালী শইকীয়া)
কানিমুনি সন্ধিয়া জোৰেৰে চাইকেলখনৰ পেডেল মাৰি মাৰি বিনয়ে ভাবিলে, সি বাৰু দেৱদূতসকল দৰে ছাটানৰ নিচিনাকৈ স্বৰ্গচ্যুত হ’ল নেকি? সি পিতাকৰ বিৰুদ্ধাচাৰণ কৰিলে৷ তৰ্জন-গৰ্জন কৰি পিতাকে তাক এচিকটা মাটিত নিদিওঁ বুলি ক’লে৷ অৰুণাক ভাল পোৱাৰ কথা লৈও তাক কথা শুনালে৷ সমানে তিৰস্কাৰ কৰিলে মাকে৷ ঠিক আছে তহঁতৰ পইচাৰে নচলোঁ৷ মই ভাৱত সি যি ওলাই আহিল ককায়েকে […]
