ফাগুন মানেই
হেৰাই যোৱা স্মৃতিৰ
ধূলিয়ৰি…
এখিলা শুকান পাত
য’ত পাওঁ মাথোঁ…
বিষাদৰ বাট
তুমি নোহোৱাৰ উমান
এইয়াই যেন ফাগুন৷৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]
ফাগুন মানেই
হেৰাই যোৱা স্মৃতিৰ
ধূলিয়ৰি…
এখিলা শুকান পাত
য’ত পাওঁ মাথোঁ…
বিষাদৰ বাট
তুমি নোহোৱাৰ উমান
এইয়াই যেন ফাগুন৷৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]