
অসমীয়া ছবি আৰn ভ্ৰাম্যমাণ থিয়েটাৰ িকছু আশা – প্ৰত্যাশা আৰু চিন্তা…….. (- ৰঞ্জন শমাৰ্ -)
ভৰত মুনিৰ নাট্য শাস্ত্ৰৰ চৌষষ্ঠি কলাৰ অন্যতম শ্ৰেষ্ঠ কলাটোৱেই হৈছে অভিনয়৷ এই অভিনয় আমি নাটক, চলচ্চিত্ৰ আদি বিভিন্ন মাধ্যমেৰে আমি উপভোগ কৰো৷ নাটক আৰু চলচ্চিত্ৰ হৈছে সমাজৰ দাপোণ- য’ত প্ৰতিফলিত হয় সমাজৰ সভ্যতা, সাহিত্য,
সংস্কৃতি আৰু সমাজৰ এখন বাস্তৱ প্ৰতিচ্ছবি৷ অভিনয়ৰ স্বতঃ¦£ৰ্ুত তাগিদাৰে মানুহে প্ৰকাশ কৰিব পাৰে মনৰ ভাৱ৷ সেয়েহে অভিনয়কে (নাটক য চলচ্চিত্ৰ)
ক জনসংযোগৰ আটাইতকৈ শক্তিশালী মাধ্যম হিচাপে গণ্য কৰা হৈছে৷ মনোৰঞ্জন আৰু এটা সুস্থ বাতাৰ্ৰে সমাজক জাগ্ৰত কৰিবৰ বাবেই গঢ়ি উঠি ছিল ভ্ৰাম্যমাণ থিয়েটাৰ আৰু চলচ্চিত্ৰ৷ এই দুয়ো শক্তিশালী গণমাধ্যমে তেতিয়াৰ পৰা এতিয়ালৈকে মানুহক ৰুচিশীল মনোৰঞ্জন প্ৰদান কৰাৰ লগতে সমাজলৈ এক সুস্থ বাতাৰ্ প্ৰেৰণ কৰি আহিছে৷ প্ৰথমেই আঁহো ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰসংগলৈ.............