শূণ্যতা বুকুৰ (ভাস্কৰ জ্যোতি ডেকা)
নিৰ্দয় হৃদয়তঅৱকাশৰ দুৱাৰ,পাৰা যদি ওলাই আহাঅভিমানৰ শিকলি ছিঙি৷ আজি ইয়াত একো নাইসকলো শূণ্যমাথোঁ বিৰহৰ ছবিঅদ্ভুত, অদ্ভুত আছিল সিদিনাসেইদিনাই ৰক্তাক্ত হৈছিলতেজবোৰে চেঁকুৰা বান্ধিছিলঅশ্ৰুবোৰ নিগৰিছিলপ্ৰাণৰ মমতাত৷ এখন ছবি দেখিছিলোঁজীয়া বুকুৰ উলাহৰকাঢ়ি লৈ গ’লকাঢ়ি লৈ গ’ল সিদিনাই বুকুৰ মাজৰ পৰা যিদিনাই অশ্ৰু বৈছিলপ্ৰাণৰ ভিক্ষা খোজা হৈছিল
থাকিল মাথোঁ শূণ্যতা৷...