CURRENT TOPIC – Page 41 – Purbodix.com

CURRENT TOPIC

বিষ্ণুৰাভা আৰু আজিৰ প্ৰাসংগিকতা  (স্বপ্না বৰঠাকুৰ)

বিষ্ণুৰাভা আৰু আজিৰ প্ৰাসংগিকতা (স্বপ্না বৰঠাকুৰ)

CURRENT TOPIC
সাম্ৰাজ্যবাদী অক্টোপাছৰ হাতোৰাত আজি কোঙা হৈ পৰিছে সমাজ জীৱন৷ বিদেশী বণিয়াই কঢ়িয়াই অনা সংস্কৃতি, আচাৰ-ৰীতিৰে পৰিপুষ্ট আজি সমাজ জীৱন৷ সন্তানৰ মুখত ইংৰাজী-হিন্দী-বঙালী মিহলি আধাফুটা আধা নুফুটা অসমীয়া কথা-বতৰাত পৰিতৃপ্ত হয় আজিৰ অভিভাৱক৷ ‘গ্লেমাৰ’ৰ পিছত দৌৰা আজিৰ সমাজে সকলোতে ‘গ্লেমাৰ’ বিচাৰে৷ ‘গ্লেমাৰ’ হ’বলৈ গৈ ছিঙি পৰে স্বজাতিৰ সূতা আৰু শিপাডাল৷ ‘গ্লেমাৰ’ হ’বলৈ গৈ মানুহে কৰা নাই কি? লাইক, কমেণ্ট, ভিউৱাৰ্ছ বাঢ়িলেই আহি গ’ল জনপ্ৰিয়তাৰ শীৰ্ষত৷বিপৰীতে আছে এখন খাটিখোৱা সমাজ৷ মূৰৰ ঘাম মাটিত পেলাই ধৰণী সেউজ শ্যামলা কৰা সমাজ আৰু আছে সহস্ৰ শ্ৰমিক গণ– হাতুৰী-বটালীৰ কৰ্ষণ আৰু ঘৰ্ষণত যি ভাঙি-পিটি গঢ়ি যায় নতুন সভ্যতা৷ এওঁলোকৰ হৃদয়ৰ ভাষা আছে, প্ৰাণৰ স্পন্দন আছে, আছে মুকলি আকাশৰ তলত মৰ্যাদাৰে জীয়াই থকাৰ হেঁপাহ৷ এই হেঁপাহৰ কৰণিতে জন্ম হৈছিল বিষ্ণুৰাভাৰ সংগ্ৰামী শিল্পী সত্ত্বা৷ জনগণৰ হিয়াৰ...
বিষয় ঃ গ্ৰাম্য পৰ্যটন আৰু জাঁজীমুখ  (অৰূপজ্যোতি হাজৰিকা)

বিষয় ঃ গ্ৰাম্য পৰ্যটন আৰু জাঁজীমুখ (অৰূপজ্যোতি হাজৰিকা)

CURRENT TOPIC
Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.বিষয় ঃ গ্ৰাম্য পৰ্যটন আৰু জাঁজীমুখঅৰূপজ্যোতি হাজৰিকা    প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদ দুয়োটাই উজ্জীৱিত কৰি আহিছে জাঁজীমুখে৷ ইয়াক আমি সুন্দৰ পৰিকল্পনাৰে শোভাৱৰ্দ্ধন আৰু আকৰ্ষণীয় কৰিব পৰা হ’লে অসমৰ পৰ্যটন ক্ষেত্ৰৰ নতুন সংযোগ হ’লহেঁতেন জাঁজীমুখ৷ ইয়াৰ প্ৰতিচ্ছবি শৰতৰ পৰা বসন্ত কাললৈকে উপভোগ কৰিব পাৰি৷ শৰতৰ আগমনৰ লগে লগে যেনেকৈ আকাশ-বতাহ, নৈ-নিজৰা, বাট-পথ নিৰ্মল হয়, ঠিক সেইদৰে জাঁজীমুখো উজ্বলি উঠে নিজা অতুলনীয় সৌন্দৰ্যৰে৷ এই সৌন্দৰ্য আনৰ লিখা পঢ়ি অনুভৱ কৰাতকৈ নিজেই এবাৰ গ’লেহে অনুভৱ কৰিব পাৰি৷ এই জাঁজীমুখ যোৰহাট জিলাৰ পূব প্ৰান্তত অৱস্থিত এটি জনবহল এলেকা৷ এই এলেকাতেই কেতেকী পক্ষী উদ্যান অৱস্থিত৷ যোৰহাটৰ পূব দিশত মুদৈজান তিনিআলিয়ে ২ কিলোমিটা...

গল্পকাৰ জ্যোতিপ্ৰসাদ (দিপাংকৰ গগৈ)

CURRENT TOPIC
অসমীয়া সমাজ, সংস্কৃতি আৰু সভ্যতাৰ উত্তৰণৰ বাবে যিসকল বিশিষ্ট ব্যক্তিয়ে নিৰলস আৰু নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়ালে, সেইসকলৰ ভিতৰত অন্যতম জ্যোতিপ্ৰসাদ আগৰৱালা৷ যি সময়ত অসমীয়া জাতীয় জীৱনক এক ধূসৰিত আন্ধাৰে আৱৰি ধৰিছিল, সেই সময়তে এইগৰাকী বৰেণ্য ব্যক্তিৰ আবিৰ্ভাৱ হৈছিল৷ ‘‘জ্যোতিপ্ৰসাদৰ দৰে সৌন্দৰ্য আৰু কলাৰ সুকীয়া ধ্যান-ধাৰণাৰে পুষ্ট চিন্তাশীল ব্যক্তি অসমৰ শিল্পচিন্তাৰ নিস্তেজ পৰিমণ্ডলত সঁচাকৈয়ে অনান্য৷’’ (পুষ্ঠা ঃ ২০৬; শিল্পীৰ আলোক যাত্ৰা) জ্যোতিপ্ৰসাদৰ ব্যক্তিত্ব আছিল এক কথাত সুন্দৰৰ পূজাৰী৷ তেখেতৰ প্ৰতিটো সৃষ্টিৰাজিত, প্ৰতিটো চিন্তাত আৰু প্ৰতিটো কৰ্মত ফুটি উঠে পৃথিৱীৰ সকলো কলুষতাক সুন্দৰতালৈ পৰ্যবসিত কৰিব পৰা দৃষ্টি৷ তেখেতৰ চিন্তাৰ এই আদৰ্শই অসমৰ সমাজ-সংস্কৃতি আৰু সভ্যতাক বহুদুৰ আগুৱাই নিয়াৰ সমান্তৰালভাৱে তেখেতৰ দ্বাৰা সৃষ্ট সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে৷ বহুচৰ্চিত নাটক, গ...

বিষ্ণুৰাভা আৰু আজিৰ প্ৰাসংগিকতা (স্বপ্না বৰঠাকুৰ)

CURRENT TOPIC
সাম্ৰাজ্যবাদী অক্টোপাছৰ হাতোৰাত আজি কোঙা হৈ পৰিছে সমাজ জীৱন৷ বিদেশী বণিয়াই কঢ়িয়াই অনা সংস্কৃতি, আচাৰ-ৰীতিৰে পৰিপুষ্ট আজি সমাজ জীৱন৷ সন্তানৰ মুখত ইংৰাজী-হিন্দী-বঙালী মিহলি আধাফুটা আধা নুফুটা অসমীয়া কথা-বতৰাত পৰিতৃপ্ত হয় আজিৰ অভিভাৱক৷ ‘গ্লেমাৰ’ৰ পিছত দৌৰা আজিৰ সমাজে সকলোতে ‘গ্লেমাৰ’ বিচাৰে৷ ‘গ্লেমাৰ’ হ’বলৈ গৈ ছিঙি পৰে স্বজাতিৰ সূতা আৰু শিপাডাল৷ ‘গ্লেমাৰ’ হ’বলৈ গৈ মানুহে কৰা নাই কি? লাইক, কমেণ্ট, ভিউৱাৰ্ছ বাঢ়িলেই আহি গ’ল জনপ্ৰিয়তাৰ শীৰ্ষত৷বিপৰীতে আছে এখন খাটিখোৱা সমাজ৷ মূৰৰ ঘাম মাটিত পেলাই ধৰণী সেউজ শ্যামলা কৰা সমাজ আৰু আছে সহস্ৰ শ্ৰমিক গণ– হাতুৰী-বটালীৰ কৰ্ষণ আৰু ঘৰ্ষণত যি ভাঙি-পিটি গঢ়ি যায় নতুন সভ্যতা৷ এওঁলোকৰ হৃদয়ৰ ভাষা আছে, প্ৰাণৰ স্পন্দন আছে, আছে মুকলি আকাশৰ তলত মৰ্যাদাৰে জীয়াই থকাৰ হেঁপাহ৷ এই হেঁপাহৰ কৰণিতে জন্ম হৈছিল বিষ্ণুৰাভাৰ সংগ্ৰামী শিল্পী সত্ত্বা৷ জনগণৰ হিয়াৰ...
মেংগো কেক্‌ য আমৰ কেক্‌

মেংগো কেক্‌ য আমৰ কেক্‌

CURRENT TOPIC, RECIPE
উপকৰণসমূহ ঃময়দা - ১৬০ গ্ৰাম৷গুৰি চেনি - ২ টেবুল চামুচ৷বেকিং পাউদাৰ - ১ চাহ চামুচ৷বেকিং চোদা - ৰয২ চামুচ৷কণ্ডেঞ্চ মি{¨ - ২০০ গ্ৰাম৷বাটাৰ - ১০০ গ্ৰাম৷আম - ১ কাপ৷ভেনিলা এচেঞ্চ - ১ চাহ চামুচ৷পানী-গাখীৰ- ৰয২ কাপ৷হুইপদ্‌ ক্ৰীম - ৩০০য৪০০ গ্ৰাম৷পদ্ধতি ঃ প্ৰথমে আমি কেক্‌ৰ উপকৰণখিনি দুটা ভাগত ভাগ কৰি ল’ম৷গোটা বস্তুখিনি এভাগ কৰি উলিয়াই ল’ম৷ যেনে- ময়দা, চেনি, বেকিং পাউদাৰ, বেকিং চোদা৷আনহাতে পনীয় বস্তু যেনে- বাটাৰ, ভেনিলা এচেঞ্চ আৰু কণ্ডেঞ্চ মি{¨৷এতিয়া আমি গোটা বস্তুখিনি অলপ অলপকৈ পনীয়া বস্তুখিনিৰ লগত মিহলাই পানী নাইবা গাখীৰ দি ভালদৰে ঘোল এটা বনাই বাটাৰ নাইবা ৰিফাইন মিহলাই বেকিং পাত্ৰ এটাত ঢালি লৈ ১৮০ ডিগ্ৰীত ৪০ মিনিট সময় বেক কৰিম৷কেক্‌টো সম্পূৰ্ণ বেক হওঁতে আমি ঠাণ্ডা হ’ব দি Ising কৰি হুইপদ্‌ ক্ৰীম তৈয়াৰ কৰি ল’ম৷ কেক্‌টো তিনি তৰপত ভাগ কৰি ক্ৰীম লগাই থম৷ লগতে আমখিনিও দিম৷ সম্পূৰ্ণ Ising...

নিউয়ৰ্ক বেক চিজ কেক (বন্দনা ডি চেতিয়া)

CURRENT TOPIC, RECIPE
উপকৰণ ঃ আমুল ফ্ৰেচ ক্ৰিম- ১৮০ গ্ৰাম৷ক্ৰিম চিজ - ৩৫০ গ্ৰাম৷গাখীৰ - ৫০ গ্ৰাম৷কনডেঞ্চ মি{¨- ৩৭৫ গ্ৰাম৷কৰ্ণ ফ্লোৰ- ৩০ গ্ৰাম৷বাটাৰ - ৩ টেবুল চামুচডাইজেচ্‌টিভ বিস্কুট - ২৫০ গ্ৰাম৷পদ্ধতি ঃ মিক্সাৰত বিস্কুটখিনি গুৰি কৰি বাটাৰ দি সানি ডো এটা বনাই লোৱা হয়৷ এতিয়া এটা চিজ্‌ কেকৰ পাত্ৰৰ চাৰিওফালে ফইল পেপাৰ লগাই বিস্কুটৰ পাউদাৰেৰে বনোৱা ডো খিনিৰে প্ৰথম লেয়াৰ দি ১০ মিনিট ফ্ৰীজত ৰখা হয়৷ আন এটা পাত্ৰত আমুল, কৰ্ণফ্ল’ৰ গাখীৰ খিনি লৈ ভালদৰে মিক্স হোৱাৰ পিছত ক্ৰিমচিজ দি তাত কনডেনচ্‌দ মি{¨ দি অলপ ভেনিলা এচেঞ্চ দি মিক্সাৰখিনি চিজ কেকৰ টিনত দি ১৮০০ ত ৪০ মিনিট বেক কৰা হয়৷ বেক হোৱাত ঠাণ্ডা কৰি মিনিমাম ৮ ঘণ্টাৰ বাবে ফ্ৰিজত থোৱা হয়৷ ৮ ঘণ্টাৰ পিছত ওলাই আনি ওপৰত ব্লু বেৰি কম্পোট দি সজাই ওলাই পৰিৱেশন কৰা হয়৷ ...
মে’ দিৱস  (কৰবী বৰ্মন কলিতা)

মে’ দিৱস (কৰবী বৰ্মন কলিতা)

CURRENT TOPIC
বিশ্বৰ বিভিন্ন প্ৰান্তত শ্ৰমিকসকল মালিক পক্ষৰ দ্বাৰা নানাধৰণে বঞ্চিত হৈ আহিছে৷ শ্ৰমিক আন্দোলনৰ পটভূমিত পালিত হোৱা মে’ দিৱসৰ তাৎপৰ্য ইতিহাসৰ বুকুত এক গুৰুত্বপূৰ্ণ ঘটনা৷১৮৯০ চনৰ পৰা ১ মে’ৰ দিনটো প্ৰতি বছৰে ‘আন্তৰ্জাতিক শ্ৰমিক দিৱস (ইংৰাজী ঃ International Worker'ব্দ Day) বামে’ দিৱস নামেৰেও পৰিচিত৷ মে’ মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহুকেইখন দেশত এই দিৱস পালিত হয়৷ এই দিনটো চৰকাৰীভাৱে ছুটিৰ দিন৷১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক ছহিদ হয়৷ পিছে যুক্তৰাষ্ট্ৰ বা কানাডাত এইদিন পালন কৰা নহয়৷ ইয়াৰ উপৰি এইদিনটোৰ আন কিছু ঘটনা আছে যিবোৰ আঞ্চলিকভাৱে হয়তো পালন কৰা হয়৷সমাজত ধনী-দুখীয়া দুটা শ্ৰেণী থকাটো স্বাভাৱিক৷ এটাক এৰি আনটোৰ কথা ভাবিব নোৱাৰি৷ গতিকে বৃহৎ উদ্যোগপতি বা ধনাঢ্যসকলৰ ওচৰত সমাজৰ এচাম লোকে কা...
পিয়ানো কিডছৰ বৰ্ষপূৰ্তি   (ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ)

পিয়ানো কিডছৰ বৰ্ষপূৰ্তি (ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ)

CULTURAL, CURRENT TOPIC
ৰাজ্যৰ আগশাৰীৰ সংগীত প্ৰতিষ্ঠান ‘পিয়ানো কিড্‌ছ’ৰ শতাধিক প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীয়ে যোৱা ৭ এপ্ৰিল তাৰিখে পিয়ানো বাদনৰ এক বৰ্ণাঢ্য অনুষ্ঠানেৰে প্ৰতিষ্ঠানটোৰ জ্জ্বম বৰ্ষপূৰ্তি গুৱাহাটীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উদ্‌যাপন কৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ এই সংগীতানুষ্ঠান তথা পাৰদৰ্শিতাই সংগীত অনুৰাগীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷ প্ৰখ্যাত পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ পৰিকল্পনা আৰু পৰিচালনাৰে অনুষ্ঠিত সংগীতানুষ্ঠানটিৰ শিৰোনাম আছিল ‘নাইট অৱ দ্য লিটিল পিয়ানিষ্ট’৷ অনুষ্ঠানটি আৰম্ভ হৈছিল কুশল কৃষ্ণ দেৱ গোস্বামী দ্বাৰা স্বৰলিপি ৰূপান্তৰিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘মুক্তিত নিস্পৃহ যিটো’ বৰগীতটোৰ সুৰেৰে৷ পল্লৱী দাসৰ নেতৃত্বত প্ৰতিষ্ঠানটোৰ শিক্ষাথীৰ্সকলৰ দ্বাৰা ঝংকাৰিত হোৱা সুৰটোৱে সন্ধিয়াটো মোহনীয় কৰি তুলিছিল৷ কাৰ্যকৰী সভাপতি ড॰ দেৱব্ৰ...
ৰাষ্ট˜ নিৰ্মাণ  (ড॰ চিত্তৰঞ্জন বৰুৱা)

ৰাষ্ট˜ নিৰ্মাণ (ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC
ৰাষ্ট˜ নিৰ্মাণ এক সাংবিধানিক প্ৰক্ৰিয়া৷ যি প্ৰক্ৰিয়া বিভিন্ন আইনী বিধি বিধান আৰু নীতিৰ দ্বাৰা প্ৰতিপালিত৷ ৰাষ্ট˜ নিৰ্মাণৰ সৈতে বহুকেইটা চৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠান জড়িত থকাৰ উমান সাংবিধানিকভাৱেই লিপিৱদ্ধ৷ আমি এই আলোচনাত সাংবিধানিক অংগ কাৰ্যপালিকাৰ প্ৰধান অংশীদাৰ নিৰাপত্তাৰক্ষী তথা আভ্যন্তৰীণ আইন-শৃংখলাৰ সৈতে জড়িত আৰক্ষী বাহিনীৰ ভূমিকাক প্ৰাধান্য দিয়াৰ প্ৰয়াস কৰা হৈছে৷ ৰাষ্ট˜ নিৰ্মাণ প্ৰক্ৰিয়া আজি দ্ৰুতভাৱে হোৱা বিষয় নহয়৷ স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছ শাসনৰ আমোলত ইয়াৰ আনুষ্ঠানিকতা ৰূপ দিলেও ইয়াৰ পূৰ্বৰ দিশ ৰাষ্ট˜নিৰ্মাণৰ অন্য অংশীদাৰ হিচাপে চিহ্নিত৷ প্ৰাগ-ঐতিহাসিক সময়ত ধৰ্ম আৰু ধৰ্মানুষ্ঠানৰ দ্বাৰা ৰাষ্ট˜ নিৰ্মাণৰ প্ৰক্ৰিয়াক বহুতে আওপকীয়াকৈ নুই কৰিব৷ আজি এই ৰাষ্ট˜ নিৰ্মাণৰ পৌৰাণিক প্ৰক্ৰিয়াক পোনচাটেই গ্ৰহণ কৰা হৈছে৷ কিয়নো সমাজ এখন বহু পৰিমাণে ধৰ্ম, ৰীতি-নীতি, পৰম্পৰা আৰু সেই ...
আমেৰিকাৰ ডায়েৰী (১৪)- গীতাঞ্জলী বৰুৱা

আমেৰিকাৰ ডায়েৰী (১৪)- গীতাঞ্জলী বৰুৱা

CURRENT TOPIC, SERIES STORY
হাতত কলম তুলি লোৱাৰ পৰা কলমটো থমকিব ধৰিলেই দেখোন মোৰ মনটোক খুন্দিৱাবলৈ ধৰে কিবা এটা যেন লিখিব পোৱা হ’লে৷ যিহে ঠাণ্ডা ঘৰৰ বাহিৰলৈ ওলাবলৈ মন নাযায়৷ জাবৰ পেলাবলৈও এসোপা গৰম কাপোৰ পিন্ধি যাব লাগে৷ গতিকে ফুৰিবলৈ যোৱাটো ভাবিবই নোৱাৰি৷ ঘৰৰ ভিতৰতে ভাবি-গুণি থাকো যদিও মনলৈ একো কথাই নাহে, তাতে এলেহুৱা বুলি নাম এটা আছিলেই, ইয়ালৈ আহি যিমানহে সুবিধা পালো৷ এলাহ আৰু অকণমান বাঢ়িল৷ ৰাতি হ’লে সাত হাল বায় দিনত এহালো নাই৷ ঠিক তেনেকুৱা হৈ পৰিলোঁ৷ মনত অজস্ৰ জল্পনা-কল্পনা কামত পিছে একো নাই৷এদিনাখনৰ কথা একান্তমনে বিচৰা বস্তু ভগৱানেও বোলে দিয়ে, মোৰ লগতো ঠিকেই তেনেকুৱাই হ’ল৷ মোৰ মনে বিচাৰি থকা কথা এটা সম্ভৱ হ’ল৷ ইয়াৰ স্থানীয় বাসিন্দাৰ লগত একেলগে দুপৰীয়া সাজ খাবলৈ সুবিধাকণ পালোঁ৷ আচলতে এসাজ একেলগে খোৱাতকৈ, তেওঁলোকৰ লগত বহি দুটা কথা পাতি তেওঁলোকৰ বিষয়ে বিভিন্ন কথা জানিব পাৰিম সেয়াই মোৰ আনন্দ৷ মোৰ মা...