RECIPE – Page 3 – Purbodix.com

RECIPE

আটাৰে ড্ৰাইম্ফ্ৰুইটছৰ লাৰু (নিতুমণি দাস শৰ্মা)

আটাৰে ড্ৰাইম্ফ্ৰুইটছৰ লাৰু (নিতুমণি দাস শৰ্মা)

RECIPE
উপকৰণ ঃআটা ডেৰ কাপনাৰিকলৰ শুকান গুৰি ডেৰ কাপ৷কাটি লোৱা দুই চাহ চামুচ কাজুইলাচিৰ গুৰি ডেৰ কাপৰ অলপ কমমি{¨ পাউডাৰ এক চাহ চামুচঘী ডেৰ কাপচেনী এক কাপ গুৰি কৰি লোৱা৷প্ৰণালী ঃ ফ্ৰাইপেন এখন গেছত বহুৱাই ল’ব৷ আৰু জুই চিমত দি থব৷ আটাখিনি দি কমেও ছয় সাত মিনিটৰ বাবে লৰাব৷ যেতিয়া আটাখিনি ভজা হৈ সুন্দৰ সুগন্ধি ওলাব তেতিয়া নাৰিকলৰ গুৰি, বাদামখিনি দি আকৌ তিনি মিনিট ভাজিব৷ তাৰ পিছত ইলাচিৰ গুৰি, মি{¨ পাউডাৰ দি ভালকৈ লৰাই ঘী দিব৷ আকৌ ঘীৰ লগত দুই মিনিটমান লৰাই থকাৰ পিছত যেতিয়া ঘীখিনিয়ে পেন এৰিব, তেতিয়া সামান্য লেকেতিয়া হৈ থাকোঁতে গেছ বন্ধ কৰি আটাখিনি হেতাৰে মেলি সামান্য ঠাণ্ডা হ’ব দিব৷ যেতিয়া অত্যাধিক গৰম আঁতৰিব, তেতিয়া চেনীৰ পাউডাৰখিনি আটাৰ মিশ্ৰণৰ লগত মিলাই দিব আৰু ভালকৈ সহিব পৰাকৈ মিশ্ৰণখিনি মিহলাই লাৰু কেইটা বান্ধি ল’ব৷ আৰু জুতি ল’ব হেলথী আটাৰ লাৰুৰ৷ ...
ৰ’জ নাৰিকলৰ লাড়ু (মুনমী বৰুৱা)

ৰ’জ নাৰিকলৰ লাড়ু (মুনমী বৰুৱা)

RECIPE
ৰুকি লোৱা নাৰিকল ঃ ২৫০ গ্ৰামকনডেন্‌জড  ঃ ২০০ গ্ৰামঅ’ৰগেনিক্‌ ফুড্‌ কালাৰ ঃ আধা চামুচইলাচি পাউদাৰ ঃ আধা চামুচপ্ৰণালী ঃৰ৷     প্ৰথমে নাৰিকলখিনি অলপ ভাজি ল’ব৷ যাতে নাৰিকলখিনি শুকাই যায় তাৰ পিছত এটা পাত্ৰত নাৰিকলখিনি, কনডেন্‌জড , অ’ৰগেনিক ফুড্‌ কালাৰ, ইলাচি এই সকলোখিনি ভালদৰে মিলাই ল’ব৷২৷     এতিয়া হাতত অলপমান ঘিউ সানি ল’ব লাগে আৰু অলপ অলপকৈ মিলাই থোৱা নাৰিকলখিনি লৈ সৰু সৰু বল আকাৰত লাডু বাটি যাব৷ এই লাডু দেখাত খুউব সুন্দৰ আৰু চেনীবিহীন এই লাডু খবলৈও খুবেই সোৱাদ৷    এইবাৰ দ্বিপান্বিতাত খুব সহজতে ঘৰতে এই লাডু বনাই আপোনাৰ ঘৰৰ পৰিয়ালৰ লগতে আলহীকো খুৱাব পাৰে৷ ...
জাতিলাও/পানীলাওৰ বৰফি (মিনাক্ষী গায়ন)

জাতিলাও/পানীলাওৰ বৰফি (মিনাক্ষী গায়ন)

RECIPE
সামগ্ৰী ঃ মজলীয়া আকাৰৰ জাতিলাও এফাল৷ গাখীৰ আধা লিটাৰ, নাৰিকলৰ শুকান গুৰি ৫০ গ্ৰাম, চেনী একাপ, ড্ৰাই ফুডচ্‌ ৫০ গ্ৰাম (কাজু, অলমণ্ড, খিচমিচ, নাৰিকল), বাটাৰ বা ঘি আধা চামুচ৷প্ৰণালী ঃ এটা পাত্ৰত অলপ ঠাণ্ডা পানী ল’ব সেই পানীখিনিতে লাওফাল পিহনাৰে পিহি ল’ব৷ হাতেৰে মোহাৰি লাওখিনি ধুই পানী নোহোৱাকৈ চেপি টুকি ল’ব৷এখন বহল বাচনত গাখীৰখিনি গৰম কৰিব উতল আহিলে তাতে পিহিলোৱা লাওখিনি দিব৷ উতলি গাখীৰ শুকাই নোযোৱালৈকে হেতাৰে লাওখিনি লৰাই থাকিব৷ গাখীৰ শুকাব ধৰিলে তাতে নাৰিকলখিনি আৰু চেনী যোগ কৰি ভালকৈ লৰাই থাকিব৷ চেনী, নাৰিকল মিহলি হৈ আঠা আঠা যেন হ’লে ড্ৰাই ফুড্‌চখিনি আৰু আধা চামুচ বাটাৰ দিব৷ ভালকৈ লৰাই এটা ড’ দৰে হ’লে গেছ অফ কৰিব৷ এতিয়া এখন বহল বাচনত ঘি বা বাটাৰ সানি ড’টো বহলকৈ মেলি দিব৷ ঠাণ্ডা হ’লে বৰফিৰ চেপত কাটি ল’ব৷ বৰফিৰ ওপৰত চেৰিৰে পৰিৱেশন কৰিব৷https://youtu.be/E3HnJCs06Bsৰেচিপিৰ নাম ঃ ড্...
চিজ কেক (সংঘমিত্রা মহন্ত)

চিজ কেক (সংঘমিত্রা মহন্ত)

RECIPE
উপকৰণ ঃ যিকোনো বিস্কুট ১৫০ গ্ৰাম, বাটাৰ ৫০ গ্ৰাম, ক্ৰীম চিজ ৰয২ কাপ, কনডেন্সড মি{¨ ৰয২ কাপতকৈ অলপ কম, হুইপ ক্ৰীম ৰয২ কাপ, ক্ৰীম ৰয২ কাপ, কণী-ৰটা, কৰ্ণফ্ল’ৰ ১ চামুচ (সৰু চামুচেৰে), নেমুৰস ১ চামুচ (সৰু চামুচেৰে) আৰু অকণ ভেনিলা এচেন্স৷ প্ৰণালী ঃ প্ৰথমে বিস্কুট আৰু বাটাৰখিনি গুড়ি কৰি ভালদৰে মিহলাই লৈ কেকৰ টিনত দি এটা তৰপ বনাই ল’ব৷ এতিয়া এইখিনি ৰয২ ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখিব লাগিব৷ আনফালে এটা ডাঙৰ পাত্ৰত ক্ৰীম চিজ, হুইপ ক্ৰীম, কনডেন্সড মি{¨, ক্ৰীম, কণী, কৰ্ণফ্ল’ৰ, নেমুৰস আৰু ভেনিলা এচেন্স গোটেইখিনি একেলগে ভালদৰে মিহলাব লাগিব৷ এতিয়া এই ক্ৰীমৰ তৰপটো বিস্কুটৰ তৰপৰ ওপৰত ঢালি দিব৷ কেক টিনটো ভালদৰে ঢাকি বেকিং ট্ৰেত অলপ পানী দি তাত এই কেকৰ টিনটো দি বেক কৰিব লাগিব৷ প্ৰি-হিট অভেনত ১৭০০ ছেণ্টিগ্ৰেডত প্ৰায় একঘণ্টা সময়ত এই কেক তৈয়াৰ হ’ব৷ ঠাণ্ডা হোৱাৰ পাছত পৰিৱেশন কৰক সুস্বাদু নিউয়ৰ্ক চিজ কেক৷...
ভাপত দিয়া নিমখীয়া কেচা পিঠাগুৰিৰ লাৰু (নিলাক্ষী বৰা)

ভাপত দিয়া নিমখীয়া কেচা পিঠাগুৰিৰ লাৰু (নিলাক্ষী বৰা)

RECIPE
সামগ্ৰীপিঠাগুৰি একাম নিমখ এক চিকুত বাটাৰ এচামুচ, অলিভঅয়ল এচামুচ৷ পুৰৰ বাবে দুটা আলু-পিয়াজ এটা, জলকীয়া দুটা, নিমখ-হালধি অকণমান, ধনীয়া পাত এমুঠি৷প্ৰণালীপ্ৰথমতে আলু দুটা সিজাই ঠাণ্ডা কৰি বাকলি গুচাই লৈ ভালকৈ পিটিকি লৈ তাত কেঁচা জলকীয়া, পিয়াজ আৰু ধনীয়া পাত মিহিকৈ কাটি আলুত মিহলাই দি কেৰাহী গৰমাই তাত এচামুচ মিঠাতেল দি আলু ঢালি, অকণমান ভাজি, নিমখ, হালধি, জলকীয়া, ধনীয়া আৰু জীৰা গুৰি দি ভাজি নমাই থ’ব৷ আনহাতে কেঁচা পিঠাগুৰি খিনিত অকণমান নিমখ দি কুহুমীয়া গৰম পানীৰে সানি ল’ব৷ আটা সনা নিচিনাকৈ৷ এতিয়া সৰু সৰু বলৰ আকৃতি কৰি তাত আলুপিটিকা অকণমান ভৰাই লৈ গোটেইখিনি বনাই ভাপত দিব ১৫ মিনিটমান৷ গৰমে গৰমে পৰিৱেশন কৰিব৷চক’ ক্ৰীমী বিস্কুট পাই  (মলয়া নেওগ) ক্ৰীম বিস্কুট (যিকোনো)- তিনি পেকেট ,আমূল ক্ৰীম- দুই পেকেট (দুশ পঞ্চাচ মিঃলিঃৰ), চেনী- জোখমতে (গুৰি কৰা), আপেল...
মাগুৰ মাছত মাটিকঠাল দিয়া আঞ্জা (নাৱাৰ নাজ্জী ইছলাম)

মাগুৰ মাছত মাটিকঠাল দিয়া আঞ্জা (নাৱাৰ নাজ্জী ইছলাম)

RECIPE
উপকৰণ– মাগুৰ মাছ ২৫০ গ্ৰাম মান, পূৰঠ মাটিকঠাল এটাৰ তিনিয চাৰি চকল, জালুক ১২ টা মান, দুই আঙুলিৰে এটিপা গোটাজিৰা, সৰিয়হ তেল দুচামুচ নহৰু জ্জযজ্জ্ব কুঁহা, পিয়াজ দুটা, হালধি-নিমখ আন্দাজ মতে ল’ব, এমুঠি জহাচাউল, কেঁচা মটৰ সৰু বাতিৰে এবাটি, ধনিয়াপাত প্ৰয়োজনুসাৰে৷ প্ৰণালী– মাগুৰ মাছ কেইটাৰ পেটু-পাখি আঁতৰাই ভালদৰে পৰিস্কাৰ কৰি ধুই গোটাকৈ ৰাখি কাটি ল’ব৷ মাটিকঠালৰ বাকলি গুচাই চকল কেইটাৰ চকু আৰু মাজৰ দিলা ভাগ আতৰাই মিহিকৈ কাটি ল’ব৷ জহা চাউল কেইটা আঞ্জা তৈয়াৰ কৰিব লোৱাৰ এক ঘণ্টা মান আগে তিয়াই ৰাখি প্ৰয়োগ কৰা সময়ত পানী ঢুকি খচখচীয়াকৈ বাটি ল’ব৷ এতিয়া এখন কেৰাহিত তেল গৰম কৰি গোটা জিৰা আৰু থেতেলিয়াই লোৱা জালুককেটাৰে ফুৰণ দি তাতে পিয়াজ-নহৰু বটা, হালধি, নিমখ আৰু অকণমান পানী দি ভালদৰে ভুনি  তাতে মাছকেইটা, ডুব যোৱাকৈ পুনৰ পানী দি ঢাকোন নিদিয়াকৈ কম জুইত সিজাই মাছকেইটা উঠাই লওঁক৷ এতিয়া সেই জুলতে বটি লোৱা চ...
ষ্ট্ৰবেৰীৰ পায়স (স্মৃতিৰূপী খাউণ্ড)

ষ্ট্ৰবেৰীৰ পায়স (স্মৃতিৰূপী খাউণ্ড)

RECIPE
চাগু–ৰয২ কাপ, ষ্ট্ৰবেৰীৰ–১০ টা চেনী–ৰ কাপ গাখীৰ–ৰ লিটাৰ প্ৰথমতে দুঘণ্টাৰ বাবে চাগুখিনি তিয়াই কোমলাই ল’ব লাগে৷ ষ্ট্ৰবেৰীৰখিনি কম জুইত চেনী দি ভাজিব লাগিব৷ ষ্ট্ৰবেৰীখিনি গলি জেলিৰ দৰেই হৈ গ’লে গেছ বন্ধ কৰিব৷ এতিয়া এটা বহল পাত্ৰত গাখীৰখিনি পগাই আধা লিটাৰ মান হ’লেই কোমলাই থোৱা চাগুখিনি, চেনী দি লৰাই থাকিব৷ চাগুখিনি পানীৰ দৰেই হৈ গ’লে গেছ বন্ধ কৰি দি ঠাণ্ডা হ’বলৈ দিব৷ ষ্ট্ৰবেৰীৰ জেিলখিনি ঠাণ্ডা হোৱা চাগুৰ পায়সখিনিত ঢালি লৰাই দিব৷ বচ তৈয়াৰ ষ্ট্ৰবেৰীৰ চাগুৰ পায়স৷n ছাগলী মাংসৰ দহিবৰা ৰ৷ ছাগলীৰ মাংসৰ কিমা ২৷ পিয়াজ মিহি কুটি লোৱা ৩৷ নহৰু, আদাৰ পেষ্ট চ্ছ্ৰ৷ জিৰা গুৰি প্ত৷ ধনিয়া গুৰি ৬৷ জলকীয়া গুৰি জ্জ৷ শ্বাহী গৰম মচলা জ্জ্ব৷ বইল আলু জ্ঝ৷ কণী ১০৷ তেতেলী পানী, ৰৰ৷ দৈ ১২৷ চাট মচলা তৈয়াৰ কৰা পদ্ধতি– মাংসৰ কিমাখিনি কেৰাহিত তেল দি পিয়াজ, নহৰু আদা পেষ্ট দি ভাজিব লাগিব৷ গৰম মচল...
পাকঘৰ [কণী আৰু আলুৰ দম] (ডাঃ নৱনীতা দাস)

পাকঘৰ [কণী আৰু আলুৰ দম] (ডাঃ নৱনীতা দাস)

RECIPE
ৰ. কণী জ্জ্ব টা ২. আলু চ্ছ্ৰ টা ৩. পিয়াজ ৩-চ্ছ্ৰ টা চ্ছ্ৰ. আদা আৰু নহৰু প্ত. নৰসিংহ পাত ২-৩ ডাল ৬. হালধী আধা চামুচ জ্জ. নিমখ আন্দাজ মতে জ্জ্ব. ক্ৰীম আধা কাপ জ্ঝ. কেঁচা জলকীয়া ৩ টা ১০. জিৰা গুড়ি আধা চামুচ ৰৰ. চেনী ৰযচ্ছ্ৰ চামুচ ১২. তেল চ্ছ্ৰ টেবুল চামুচ প্ৰদ্ধতি ঃ প্ৰথমতে কণী আৰু আলুখিনি সিজাই লৈ, তাত নিমখ আৰু হালধী সানি, ৰঙচুৱা হোৱকৈ ভাজি ল’ব৷ আদা নহৰুৰ পেষ্ট তৈয়াৰ কৰি ল’ব৷ পিয়াজখিনি €াইচাৰ [slicer] ৰ সহায়ত অতি মিহিকৈ €াইচ [slicer] কৰি ল’ব৷ এতিয়া কেৰাহীত প্ৰথমতে পিয়াজখিনি মজলীয়া জুইত ৰঙচুৱা হোৱালৈ ভাজি ল’ব৷ তাৰ পাছত তাত আদা-নহৰুৰ পেষ্ট, নৰসিংহৰ পাতখিনি, নিমখ, হালধী আৰু জিৰা গুড়িখিনি দি ৰ-২ মিনিট ভাজিব৷ তাৰ পাছত তাত কণী আৰু আলুখিনি সামান্য লৰাই তাত ক্ৰীমখিনি দি দিব৷ এতিয়া জুই কমাই আটাইখিনি সামগ্ৰী ভালকৈ মিহলি হোৱাকৈ লৰাব৷ এতিয়া প্ৰয়োজন অনুসৰি পানী দি থুপথুপীয়া হোৱাকৈ ভাত বা...
পাকঘৰ

পাকঘৰ

FESTIVAL, RECIPE
ছাহেনাজ আহমেদ ৰঙালাওৰ বচমলাই সামগ্ৰী ঃ ৰঙালাও – ৫০০ গ্ৰাম চেনি – ৪ চামুচ পিঠাগুৰি – ২ চামুচ নাৰিকলৰ গুৰি– ৪ চামুচ ৰঙালাওখিনি সৰু সৰুকৈ কাটি সিজাই ল’ব। তাতে পিঠাগুৰি, চেনি, গুৰা নাৰিকলখিনি দি ভালকৈ মিলাই ল’ব। এতিয়া মিশ্ৰণখিনি সৰু সৰু বল বনাই কিছু সময় ভাপত সিজাই ল’ব। এতিয়া নাৰিকলৰ গাখীৰখিনিত চেনি দি ভালকৈ উতলাই লৈ তাত ৰঙালাওৰ বল কেইটা নি নমাই দিয়ক আৰু সুন্দৰকৈ পৰিবেশন কৰক। ইমাম বিয়ালদি (Turkish Dish) সামগ্ৰী ঃ দুটা ডাঙৰ বেঙনা নহৰু, পিয়াজ, বিলাহী, জিৰাগুৰি, জালুকগুৰি, পনিৰ, ধনীয়া পাত, চীজ (cheese) ৰঙা জলকীয়াগুৰি, নিমখ বেঙেনাটো মাজত ফালি লৈ নিমখ, অলিভ অইন সানি বেক কৰি ল’ব (অলপ সময়) এতিয়া ফিলিঙ (filling) খিনিৰ বাবে কেৰাহীত তেল গৰম কৰি সৰুকৈ কাটি লোৱা নহৰু, পিয়াজ দি অলপ সময় ভাজি বিলাহীখিনি দি জিৰা গুৰি, জলৰকীয়া গুৰি, জালুক গুৰি দি ভাল দৰে ভাজি লৈ ...