প্ৰতিশ্ৰুতি (বন্দিতা দত্ত বৰদলৈ)
মোৰ হাততে হাত থৈ,, মোৰ চকুত চকু থৈতুমি প্ৰতিশ্ৰুতি দিছিলা,, দুখন হৃদয় এখন হোৱাৰ, , দুটি প্ৰাণ এটি হোৱাৰ,,, সাগৰৰ দৰে গভীৰ, , আকাশৰ দৰে বিশাল বুলিতুমি প্ৰতিশ্ৰুতি দিছিলা, , তোমাৰ মোৰ প্ৰতি মৰম-ভালপোৱা৷ জন্মৰ পৰা জন্মান্তৰলৈসূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকোনো দিন বিচ্ছেদ নোহোৱাৰ,, তুমি মোক প্ৰতিশ্ৰুতি দিছিলা,,, জীৱনে-মৰণে একেলগে থকাৰ,,,৷ কিন্তু কিয়,,, সকলো প্ৰতিশ্ৰুতি পাহৰি হঠাৎ তে তুমি গুচি গ’লা বহু দূৰণিলৈ,,,৷ জানা, তুমি আঁতৰি যোৱাৰ পিছতো,, মোৰ বুকুৰ ভিতৰত আলফুলে সাঁচি ৰাখিছোঁ,, তোমাৰ মৰম, ভালপোৱা বিশ্বাস, আবদাৰবোৰ,,, চিৰদিন সযতনে সাঁচি ৰাখিম,, তুমি দিয়া মৰমৰ প্ৰতিশ্ৰুতিবোৰ,,,...