
লালডেংগাৰ মিজোৰাম (ড॰চিত্তৰঞ্জন বৰুৱা)
The Mizo National front (MNF) led by PU Laldenga (১৯২৭-১৯৯০)
was formed in ১৯৬০ (faiming of ১৯৫৯-১৯৬০) and
raised demand of soverign independent Mizoram. হয়, আজিৰ উত্তৰ-পূব অঞ্চলৰ অংগ মিজোৰাম– মিজোৰাজ্য গঠন একেদিনাই বা সহজ বা অতি আলসুৱা জাতি গঠনৰ চেতনাৰে জন্ম হোৱা নাই৷ বৰ্তমানৰ মিজোৰামৰ সৈতে চুবুৰীয়া ৰাষ্ট˜ আৰু ভাৰতৰ অন্য অংগ ৰাজ্যৰ সৈতে বহু ঘাত-প্ৰতিঘাত, বিশ্বাস-অবিশ্বাস, শত্ৰু-মিত্ৰ, সহায়-সহযোগিতা, ৰাজনীতি, অৰ্থনীতি, পৰিচয়, আত্মপৰিচয়ৰ বৃহৎ বিষয় আৰু পৰিস¸ৰ জড়িত হৈ আছে৷ লালডেংগা– এই বিদ্ৰোহী চিৰপৰিচিত-বিশ্বপৰিচিত নেতাজনৰ মিজোৰাম গঠনৰ আঁৰত আমি স্পষ্টকৈ –(ক) বৃহত্তৰ মিজোসকলৰ সামূহিক নিৰাপত্তা,(খ) মিজোসকলৰ আত্মনিয়ন্ত্ৰণ,(গ) মিজোসকলৰ বিচ্ছিন্নতাবাদী জাতীয় চেতনা,(ঘ) পৃথক ৰাজনৈতিক আৰু প্ৰশাসনীয় অনুমোদন,(ঙ) সাৰ্বভৌম ৰাষ্ট˜ গঠনৰ
(পৃথক ৰাষ্ট˜) হাবিয়াস,(চ) মিজো ‘‘Elite Nationalism of ...