RECIPE – Page 2 – Purbodix.com

RECIPE

নাৰিকলৰ গাখীৰৰ পুডিং (ৰশ্মি শইকীয়া)

নাৰিকলৰ গাখীৰৰ পুডিং (ৰশ্মি শইকীয়া)

RECIPE
 উপকৰণ: ফ্ৰেচ নাৰিকলৰ গাখীৰ ২/কাপ কণফ্লোৰ_৪/৫ চামুচ চেনী ২/কাপ নিমখ এচিকুট শেষত পুডিং ৰ ওপৰত সজাবৰ বাবে পিস্তা কেইটামান।      পদ্ধতি:_  প্ৰথমতে মই নাৰিকলৰ গাখীৰ খিনিৰ পৰা আধা কাপ বেলেগ কৰি তাত কণʼফ্লোৰ ৪/৫চামুচ মিহলাই বেলেগে কৰি থৈছো। পাছত দিবলৈ। এতিয়া থাকি যোৱা বাকী নাৰিকলৰ গাখীৰৰ লগত চেনী গুৰি কৰি লোৱা ৪/৫চামুচ মিহলাই   , আৰু নিমখ এচিকুট দি  ভালদৰে গোটেই খিনি মিহলাই গেছ আন কৰি লাহে লাহে কম জুইত ৩/৪মানৰ পাছত অলপ গাখীৰ আৰু চেনীৰ ঠিক মিশ্ৰণ খিনি হোৱা পাচত , প্ৰথমতে মই ৰেডি কৰি ৰখা নাৰিকল আৰু কণʼফ্লৰৰ মিশ্ৰণ খিনি একেলগে মিহলাই দি দিছোঁ । আৰু যেতিয়া অলপ ডাঠ হৈ অহা নিচিনা হোৱাৰ পাছত গেছ অফ কৰি এটা পুডিং বাতিত ভৰাই ওপৰত কেইটামান পিস্তা দি সজাই ২/৩ঘন্টা মান সময়    ভালদৰে পুডিং খিনি চেক হ'বৰ বাবে নৰমেল ফিজ্ৰাৰত ৰাখি থলো। পাছত আমাৰ পু...
পালেং শাকৰ ক’ফ্‌টা কাৰী  (পল্লৱী শৰ্মা গোস্বামী)

পালেং শাকৰ ক’ফ্‌টা কাৰী (পল্লৱী শৰ্মা গোস্বামী)

CURRENT TOPIC, RECIPE
উপকৰণ ঃৰ৷ পালেং শাক- এমুঠি২৷ পনীৰ- ১০০ গ্ৰাম৩৷ বেচন- ১ টেবুল চামুচ৪৷ কৰ্ণফ্ল’ৰ- ১ টেবুল চামুচপ্ত৷ বাটাৰ- ২ চাহ চামুচ৬৷ বিলাহী- ৩ টাজ্জ৷ ৰেডীচিলী- ১ চাহ চামুচজ্জ্ব৷ জিৰা গুৰি- ১ চাহ চামুচজ্ঝ৷ ধনীয়া গুৰি- ১ চাহ চামুচ১০৷ পিয়াজ- ২ টাৰৰ৷ নহৰু- জ্জ্বয১০ কোহ১২৷ আদা- এডোখৰপ্ৰণালী ঃপ্ৰথমতে পালেং শাক মুঠি ভালদৰে ধুই মিহিকৈ কাটি কেৰাহীত বাটাৰ দুচামুচ দি অকণমান ভাজি ঠাণ্ডা হ’বলৈ দিলো৷ তাৰ পাছত পালেং শাকখিনি মিক্সিত পেষ্ট বনাই ল’লো৷ লগতে পনীৰখিনি সৰুকৈ কাটি হাতেৰে মোহাৰি গুৰি কৰি ল’লো৷ এতিয়া তাতে বেছন, কৰ্ণফ্লৰ জোখমতে নিমখ আৰু মছলাখিনি দি একেলগে গোটেইখিনি এটা বাতিত লৈ ভালদৰে মিহলাই সানি গোল গোলকৈ বল বনাই ল’লো৷ ইফালে বিলাহী তিনিটাও অকণমান বইল কৰি ঠাণ্ডা হোৱাত মিক্সত দি পিউৰি বনাই ল’লো৷ তাৰ পাছত কেৰাহীত ৰিফাইন তেল দি পালেঙৰ বলকেইটা ভাজি ল’লো৷ তাৰ পাছত সেই তেলতে পিয়াজ, আদা, নহৰু পেষ্টখিনি...
জৰ্দা পোলাও বা মিঠা পোলাও  (জেৰিন হাজৰিকা)

জৰ্দা পোলাও বা মিঠা পোলাও (জেৰিন হাজৰিকা)

CURRENT TOPIC, RECIPE
সামগ্ৰী ঃচাউল একাপচেনী আধা কাপশুকান নাৰিকল এফালঅলপ মান ড্ৰাই ম্ফ্ৰুটছঘি তিনি চাহ চামুচখোৱা ৰং অকণমানপ্ৰথমে চাউলখিনি সিজাই ল’ব৷ কেৰাহীত গৰম কৰি তাত ঘি, নাৰিকল সৰুকৈ কুটি লৈ, আৰু ড্ৰাই ম্ফ্ৰুটছখিনি দি অলপ ভাজিব৷ এইবাৰ সিজাই লোৱা চাউলখিনি দি তাত চেনী দিব৷ প্ৰায় ১০ মিনিট মান কম জুইত ৰাখিব৷ তাৰ পাছত পৰিৱেশন কৰিব৷সজাবৰ বাবে চেৰী আৰু টুটি ম্ফ্ৰুতি দিব পাৰে৷খুব কম সময়তে আৰু কম খৰচতে বনাব পৰা এবিধ মিঠা জলপান৷ মিনি মোগলাই পৰাঠাসামগ্ৰী ঃকুটি লোৱা কুকুৰা মাংস৷২ কাপ ময়দা৷ৰ টা কণী৷প্ত টা পিয়াজ৷২ টা কেঁচাজলকীয়া৷ৰিফাইন ৬ চাহ চামুচ৷আদা, নহৰু পেষ্ট এক চামুচ৷জীৰা, ধনীয়া, গৰম মচলাৰ গুৰা অলপমান৷নিমখ সোৱাদ অনুসৰি৷পদ্ধতি ঃপ্ৰথমে কুটি লোৱা মাংসখিনি সিজাই ল’লো৷ কেৰাহীত সামান্য তেল গৰম কৰি তাত উপৰোক্ত সকলো সামগ্ৰী দি অলপ সময় লৰাই থাকিলোঁ৷ দহ মিনিট মান ৰাখি জুইৰ পৰা নম...
মেংগো কেক্‌ য আমৰ কেক্‌

মেংগো কেক্‌ য আমৰ কেক্‌

CURRENT TOPIC, RECIPE
উপকৰণসমূহ ঃময়দা - ১৬০ গ্ৰাম৷গুৰি চেনি - ২ টেবুল চামুচ৷বেকিং পাউদাৰ - ১ চাহ চামুচ৷বেকিং চোদা - ৰয২ চামুচ৷কণ্ডেঞ্চ মি{¨ - ২০০ গ্ৰাম৷বাটাৰ - ১০০ গ্ৰাম৷আম - ১ কাপ৷ভেনিলা এচেঞ্চ - ১ চাহ চামুচ৷পানী-গাখীৰ- ৰয২ কাপ৷হুইপদ্‌ ক্ৰীম - ৩০০য৪০০ গ্ৰাম৷পদ্ধতি ঃ প্ৰথমে আমি কেক্‌ৰ উপকৰণখিনি দুটা ভাগত ভাগ কৰি ল’ম৷গোটা বস্তুখিনি এভাগ কৰি উলিয়াই ল’ম৷ যেনে- ময়দা, চেনি, বেকিং পাউদাৰ, বেকিং চোদা৷আনহাতে পনীয় বস্তু যেনে- বাটাৰ, ভেনিলা এচেঞ্চ আৰু কণ্ডেঞ্চ মি{¨৷এতিয়া আমি গোটা বস্তুখিনি অলপ অলপকৈ পনীয়া বস্তুখিনিৰ লগত মিহলাই পানী নাইবা গাখীৰ দি ভালদৰে ঘোল এটা বনাই বাটাৰ নাইবা ৰিফাইন মিহলাই বেকিং পাত্ৰ এটাত ঢালি লৈ ১৮০ ডিগ্ৰীত ৪০ মিনিট সময় বেক কৰিম৷কেক্‌টো সম্পূৰ্ণ বেক হওঁতে আমি ঠাণ্ডা হ’ব দি Ising কৰি হুইপদ্‌ ক্ৰীম তৈয়াৰ কৰি ল’ম৷ কেক্‌টো তিনি তৰপত ভাগ কৰি ক্ৰীম লগাই থম৷ লগতে আমখিনিও দিম৷ সম্পূৰ্ণ Ising...

নিউয়ৰ্ক বেক চিজ কেক (বন্দনা ডি চেতিয়া)

CURRENT TOPIC, RECIPE
উপকৰণ ঃ আমুল ফ্ৰেচ ক্ৰিম- ১৮০ গ্ৰাম৷ক্ৰিম চিজ - ৩৫০ গ্ৰাম৷গাখীৰ - ৫০ গ্ৰাম৷কনডেঞ্চ মি{¨- ৩৭৫ গ্ৰাম৷কৰ্ণ ফ্লোৰ- ৩০ গ্ৰাম৷বাটাৰ - ৩ টেবুল চামুচডাইজেচ্‌টিভ বিস্কুট - ২৫০ গ্ৰাম৷পদ্ধতি ঃ মিক্সাৰত বিস্কুটখিনি গুৰি কৰি বাটাৰ দি সানি ডো এটা বনাই লোৱা হয়৷ এতিয়া এটা চিজ্‌ কেকৰ পাত্ৰৰ চাৰিওফালে ফইল পেপাৰ লগাই বিস্কুটৰ পাউদাৰেৰে বনোৱা ডো খিনিৰে প্ৰথম লেয়াৰ দি ১০ মিনিট ফ্ৰীজত ৰখা হয়৷ আন এটা পাত্ৰত আমুল, কৰ্ণফ্ল’ৰ গাখীৰ খিনি লৈ ভালদৰে মিক্স হোৱাৰ পিছত ক্ৰিমচিজ দি তাত কনডেনচ্‌দ মি{¨ দি অলপ ভেনিলা এচেঞ্চ দি মিক্সাৰখিনি চিজ কেকৰ টিনত দি ১৮০০ ত ৪০ মিনিট বেক কৰা হয়৷ বেক হোৱাত ঠাণ্ডা কৰি মিনিমাম ৮ ঘণ্টাৰ বাবে ফ্ৰিজত থোৱা হয়৷ ৮ ঘণ্টাৰ পিছত ওলাই আনি ওপৰত ব্লু বেৰি কম্পোট দি সজাই ওলাই পৰিৱেশন কৰা হয়৷ ...
মটৰ পনীৰ পোলাও (মুন্‌মী বৰুৱা)

মটৰ পনীৰ পোলাও (মুন্‌মী বৰুৱা)

CURRENT TOPIC, RECIPE
সামগ্ৰী ঃ জহা বা বাচমতী চাউল ২ কাপ, মটৰ ১ কাপ, পনীৰ ২০০ গ্ৰাম, পিয়াজ আধাফাল, ১ চাহ চামুচ জলকীয়া গুড়ি, ১ চাহ চামুচ জিৰা গুড়ি, ১ চাহ চামুচ ধনীয়া গুড়ি, কাজু ১০য১২ টা, কিচমিচ ১ মুঠি, ইলাচী ৩ টা, লং ২ টা, দালচেনি ২ টুকুৰা, গাজৰ ১ টা, নিমখ সোৱাদ অনুসৰি৷ প্ৰণালী ঃ প্ৰথমতে চাউলখিনি ধুই ২০ মিনিট সময় তিয়াই টুকি থ’ব৷ তাৰ পিছত কেৰাহী এখন গৰম কৰি ২ টেবুল চামুচ ঘিউ দি অলপ গৰম হ’লে কাজু, কিচমিচ্‌খিনি ২ মিনিট মান ভাজি নমাই থৈ এখন প্লেটত সেই ঘিউতে গাজৰতো সৰুকৈ কাটি অলপ সময় ভাজি পনীৰখিনি সৰুকৈ কাটি ব্ৰাউন ৰং হোৱাকৈ ভাজি নমাই তাত ইলাচি, লং, দালচেনি দি ভাজি ১ মিনিট টুকি থোৱা চাউল খিনি দি ৪ মিনিট সময় ভাজি তাত জলকীয়া গুড়ি, জিৰা গুড়ি, ধুনীয়া গুড়ি, নিমখ দি সকলোখিনি ভালদৰে মিলাই তাত ৪ কাপ পানী দি উতল আহিবলে ঢাকন দি ৫ মিনিট পিছত ঢাকন খুলি ভাজি থোৱা গাজৰ, পনীৰ আৰু কাজু, কিচ্‌মিচ্‌ আৰু কেঁচা মটৰখিনি দি ৪ মিনিট...
পনীৰৰ পুৰেৰে ভাপত দিয়া কেবিজ ৰোল  (ৰিণী গগৈ বৰুৱা)

পনীৰৰ পুৰেৰে ভাপত দিয়া কেবিজ ৰোল (ৰিণী গগৈ বৰুৱা)

CURRENT TOPIC, RECIPE
উপকৰণ(ৰ) বন্ধা কবিৰ পাত (তিনি খিলা) পুৰৰ বাবে...,        (২) কেপচিকাম (এটা), (৩) পনীৰ (সৰু সৰুকৈ কাটি লোৱা এবাতি), (৪) গাজৰ এটা, (৫) জিৰা গুৰি (সৰু চামুচেৰে আধা চামুচ), (৬) ধনীয়া গুৰি (সৰু চামুচেৰে আধা চামুচ), (৭) মেগী মচলা (এটা পেকেট), (৮) কাশ্মীৰী জলকীয়া গুৰি (সৰু চামুচেৰে আধা চামুচ), (৯) নিমখ (সৰু চামুচেৰে আধা চামুচ), (১০) হালধি (সৰু চামুচেৰে আধা চামুচ), (ৰৰ) টমেট চ’চ (এক চামুচ), (১২) আদাৰ পেষ্ট (এক চামুচ), (১৩) নহৰুৰ পেষ্ট (এক চামুচ), (১৪) তেল (এক চামুচ), (১৫) পানী (আধা কাপ)প্ৰণালীঃপ্ৰথমে বন্ধা কবি পাত কেইখিলা ভালদৰে ধুই এখন কেৰাহীত পাত কেইখিলা ডুব যোৱাকৈ পানী দি দহ মিনিটমান বইল কৰি লৈপানীৰ পৰা টুকি ৰাখিব৷ আনফালে এটা বহল পাত্ৰ লৈ তাত ওপৰৰ উপকৰণখিনি (আদা, নহৰুৰ পেষ্ট, পানী আৰু তেলৰ বাহিৰে) গোটেইখিনি ভালদৰে মিক্স কৰি ল’ব৷ তাৰ পাছত এখন n...
পনীৰৰ মালপোৱা  (ৰিণী গগৈ বৰুৱা)

পনীৰৰ মালপোৱা (ৰিণী গগৈ বৰুৱা)

CURRENT TOPIC, RECIPE
উপকৰণ ঃআটা (এককাপ), পনীৰ (সৰু পিচ কৰি কাটি লোৱা এবাতি), পাউদাৰ (ডেৰ চামুচ)লিকুইড গাখীৰ (এককাপ)৷প্ৰণালীঃপ্ৰথমে পনীৰ খিনিত পাঁচ চামুচ গাখীৰ মিক্স কৰি মিক্সিত পেষ্ট বনাই ল’ব৷ তাৰ পাছত এটা বহল পাত্ৰ লৈ তাত আটা, পাউডাৰ গাখীৰ, চেনী, পেষ্ট বনাই লোৱা পনীৰ এই সকলোখিনি ভালদৰে মিক্স কৰি লৈ তাত বাকী থকা লিকুইড গাখীৰখিনি অলপ অলপকৈ মিক্স কৰি লৈ মালপোৱা বনাবলৈ আটাৰে ঘোলটো তৈয়াৰ কৰি ল’ব৷ তাৰ পাছত গেছত এখন কেৰাহী পাতি তেল গৰম হ’বলৈ দিব৷ তেল গৰম হোৱাত এখন গুল হেতাৰে এটা এটাকৈ পনীৰৰ মালপোৱা কেইটা এখন প্লেটত সুন্দৰকৈ সজাই ওপৰত অলপ পিষ্টা দি পৰিবেশন কৰক৷ এই মালপোৱা খাবলৈ বহুত চফ্‌ট আৰু টেষ্টি হয়৷ ...
ৰ’জ ফ্লেৱাৰ্ড কাজু, পানীৰ লাড্ডু (ইন্দ্ৰানী গগৈ)

ৰ’জ ফ্লেৱাৰ্ড কাজু, পানীৰ লাড্ডু (ইন্দ্ৰানী গগৈ)

CURRENT TOPIC, RECIPE
vউপকৰণ২০০ গ্ৰাম পনীৰ৩য৪ কাপ কাজু৩০০ মি{¨মেইডৰ চাহ চামুচ ইলাচি গুৰিৰ চাহ চামুচ ঘিউৰয২ কাপ লিকুইড গাখীৰ২ চাহ চামুচ ৰ’জ চিৰাপৰয২ কাপ খেজুৰৰয২ কাপ শুকান নাৰিকলৰ গুৰিপ্ৰণালীঃপ্ৰথমে পনীৰখিনি কুহুমীয়া গৰম পানীত ১৫ মিনিট মান তিয়াই থৈ কোমল কৰি ল’ব৷ তাৰ পিছত পানীৰ পৰা উঠাই পনীৰখিনি হাতেৰে মোহাৰি ল’ব৷ কাজুখিনি মিক্সিত গুৰি কৰি ল’ব৷ এতিয়া গুৰি কৰা কাজু আৰু পনীৰখিনি গাখীৰৰ সৈতে একেলগে মিক্সিত পেষ্ট বনাই ল’ব৷ এখন পেন গৰম কৰি কাজু, পনীৰৰ পেষ্টখিনি আৰু ঘিউ চামুচ দিব আৰু অলপ লৰাই মি{¨মেইডখিনি দিব৷ ইলাচি গুৰি দি মিশ্ৰণখিনি যেতিয়ালৈকে পেনৰ পৰা এৰাই একগোট নামাৰে লৰাই থাকিব৷ গেছ অফ্‌ কৰি কাজু, পনীৰৰ মিশ্ৰণখিনি সমানে দুভাগ কৰি এভাগত ৰ’জ চিৰাপ দি হাতেৰে ভালদৰে মিক্স কৰি ল’ব৷ খেজুৰখিনিৰ গুটি এৰুৱাই মিহিকৈ কাটি লৈ শুকান নাৰিকলৰ গুৰিৰ লগত মিক্স কৰি ল’ব৷ দুইভাগ পনীৰৰ মিশ্ৰণৰ পৰা অলপ অলপ লৈ মাজত খেজু...
ৰেচিপি  (কেৰামেলাইজদ বাদাম আৰু চুজিৰ পায়স)  -ইন্দ্ৰানী গগৈ

ৰেচিপি (কেৰামেলাইজদ বাদাম আৰু চুজিৰ পায়স) -ইন্দ্ৰানী গগৈ

CURRENT TOPIC, RECIPE
উপকৰণৰয২ কাপ কাঠ বদামৰয৪ কাপ চুজিৰয২ লিটাৰ লিকুইড গাখীৰৰয৪ কাপ চেনীৰয২ কাপ মি{¨মেইডৰ চাহ চামুচ ইলাচি গুৰিৰয৪ কাপ কাটি লোৱা কাজুপ্ৰণালী ঃকাঠ বাদাম খিনি আধা ঘণ্টামান পানীত তিয়াই থৈ বাকলি গুচাই ল’ব আৰু মিক্সিত পিহি ল’ব৷ চুজিখিনি শুকানে অলপ ভাজি ল’ব৷ এতিয়া এখন পেনত চেনীখিনি দি এক চামুচ পানী দি চেনীখিনি গলাই কেৰামেলাইজদ কৰি ল’ব৷ তাৰ পিছত তিনি কাপ গাখীৰ দি ভালদৰে লৰাই বাদামৰ পেষ্টখিনি দিব৷ অলপ সময় লৰাই থাকি চুজিখিনি দিব আৰু অলপ গাখীৰ দি সিজিবলৈ দিব৷ মি{¨মেইড আৰু ইলাচী গুৰি দি বাকী থকা গাখীৰখিনি দি লৰাই থাকিব আৰু পায়সখিনি সিজি ঘন হৈ আহিলে গেছ অফ কৰি দিব৷ শেষত কাটি লোৱা কাজুৰ টুকুৰা মিক্স কৰি পৰিৱেশন কৰিব৷ ...